• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেট্রিকৰ প্ৰেক্টিকেল পৰীক্ষাৰ সূচী ঘোষণা কৰিলে ছেবাই : কেতিয়াৰ পৰা হ’ব প্ৰেক্টিকেল পৰীক্ষা?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 2, 2021 8:23 am

1 min read

SEBA-750x350
346
VIEWS
Share on FacebookShare on Twitter

২০২১ বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰেক্টিকেল পৰীক্ষাৰ সূচী ঘোষণা কৰিছে মাধ্যমিক শিক্ষা সংসদ(ছেবা)এ।

ছেবাই ঘোষণা কৰা সূচী অনুসৰি অহা ৪ আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব এই প্ৰেক্টিকেল পৰীক্ষাসূমহ।

ৰাজ্যৰ ৬৫১ টা পৰীক্ষা কেন্দ্ৰত পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব উক্ত পৰীক্ষাসমূহ।

ছেবাই ঘোষণা কৰা অনুসৰি ব’ৰ্ডৰ অধীনৰ ২৭ টা বিষয়ৰ ভিতৰৰ ১৪ টা বিষয়ৰ প্ৰেক্টিকেল পৰীক্ষা উক্ত সূচী অনুসৰি অনুষ্ঠিত হ’ব।

এই প্ৰেক্টিকেল পৰীক্ষা প্ৰায় ৩৫ হাজাৰ পৰীক্ষাৰ্থীয়ে দিব বুলি জনাইছে ছেবা-এ। থিয়’ৰীৰ পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰসমূহতে উক্ত প্ৰক্টিকেল পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ’ব।

ছেবাৰ সূত্ৰই জনোৱা অনুসৰি পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডসমূহ প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। আনহাতে পৰীক্ষা বহী আৰু পৰীক্ষাৰ অন্যান্য গোপনীয় তথা যাৱতীয় সামগ্ৰীসমূহ বিধানসভা নিৰ্বাচনৰ পিছতে পৰীক্ষা কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰা হ’ব।

উল্লেখ্য যে ছেবাই ইতিপূৰ্বে ২০২১ বৰ্ষৰ মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ পৰীক্ষা অহা ১১ মে’ৰ পৰা আৰম্ভ হ’ব বুলি ঘোষণা কৰিছিল।

Recent News

index.jpg

কোভিড১৯ত আক্ৰান্ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

index

এফালে কৰোনাতংকত কঁপি আছে দেশ; আনফালে ‘অক্সিজেন যুদ্ধ’ত প্ৰবৃত্ত দেশৰ কেবাখনো প্ৰদেশ

warrior

প্রতিবাদত মানিলে সেও : কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বাহাল ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd