DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰকাশ পালে মেট্ৰিকৰ সময়সূচী; ১৪ ফেব্ৰুৱাৰিৰ পৰা পৰীক্ষা আৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2018 3:22 pm
seba

প্ৰতিনিধিত্বমূলক চিত্ৰ

287
VIEWS
Share on FacebookShare on Twitter

অহা বৰ্ষৰ ১৪ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হ’ব ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। অসম মাধ্যমিক শিক্ষা পৰিষদে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে।

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ১৪ ফেব্ৰুৱাৰিৰ পৰা ২ মাৰ্চলৈকে অনুষ্ঠিত হ’ব।

পৰীক্ষাৰ সম্পূৰ্ণ তালিকাখন তলত দিয়া হৈছে-

১৪ ফেব্ৰুৱাৰি আগবেলা ইংৰাজী

১৬ ফেব্ৰুৱাৰি আগবেলা অসমীয়া ঐচ্ছিক

১৮ ফেব্ৰুৱাৰি সোমবাৰ সমাজ বিজ্ঞান

২২ ফেব্ৰুৱাৰি আগবেলা সাধাৰণ গণিত

২৩ ফেব্ৰুৱাৰি আগবেলা সুকুমাৰ কলা

২৩ ফেব্ৰুৱাৰি পিছবেলা সংগীত, নৃত্য

২৫ ফেব্ৰুৱাৰি আগবেলা সাধাৰণ বিজ্ঞান

২৬ ফেব্ৰুৱাৰি আগবেলা এম আই এল/ ইংৰাজী (আই এল)

২৮ ফেব্ৰুৱাৰি আগবেলা হিন্দী (ঐচ্ছিক)/ আৰৱী সাহিত্য

১ মাৰ্চ আগবেলা মণিপুৰী/বড়ো/সানন্থালী (ঐচ্ছিক)

২ মাৰ্চ আগবেলা বুৰঞ্জী, ভূগোল, কম্পিউটাৰ বিজ্ঞান, উচ্চ গণিত, সংস্কৃত, আৰবী, গাৰ্হস্থ্য বিজ্ঞান, নেপালী, বেংগলী (ঐচ্ছিক)

উল্লেখযোগ্য যে এইবাৰ ছেবাই প্ৰত্যেকটো পৰীক্ষাকেন্দ্ৰতে চি চি টি ভিৰ ভিজুৱেল স্পষ্ট হোৱাটো বাধ্যতামূলক কৰিছে অন্যথা তেনে পৰীক্ষা কেন্দ্ৰ কৰ্তন কৰা হ’ব বুলি সকীয়াই দিছে।

তদুপৰি উত্তৰ বহীত বাৰক’ডৰ ব্যৱস্থা কৰাৰ লগতে উত্তৰবহী মূল্যায়নৰ ক্ষেত্ৰতো ছেবাই কেইবাটাও নতুন তথা গুৰুত্বপূৰ্ণ সংযোজন ঘটাইছে।

এইবাৰ মেট্ৰিক পৰীক্ষাত পৰীক্ষাৰ্থীসকলে ক’লা চিয়াঁহী ব্যৱহাৰ কৰাৰ লগতে পৰীক্ষাত পৰীক্ষাৰ্থীসকলে অতিৰিক্ত বহী ল’লে নিৰীক্ষকে সম্পূৰ্ণ বিৱৰণ লিখিব লাগিব। ইয়াৰ উপৰি গণিত আৰি উচ্চ গণিতৰ উত্তৰ বহীত ৰোলিঙৰ ব্যৱস্থা নাথাকিব।

জানিব পৰা মতে মুঠ ৮৫৭ টা পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত হ’ব লগীয়া এইবাৰৰ মেট্ৰিক পৰীক্ষাত  অৱতীৰ্ণ হ’ব লগীয়া পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৩ লাখ ৫৩ হাজাৰ।

পৰীক্ষাৰ সম্পূৰ্ণ সময়সূচী

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd