• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৰঙত বৃহৎ পৰিমাণৰ অবৈধ চেগুণ গছৰ কুন্দা জব্দ

NE NOW NEWS ময়ূখ গোস্বামী
মঙলদৈ , April 19, 2020 11:39 am

1 min read

দৰঙত বৃহৎ পৰিমাণৰ অবৈধ চেগুণ গছৰ কুন্দা জব্দ
7k
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ সুযোগ লৈ দৰঙৰ বিভিন্ন ভিতৰুৱা অঞ্চলত একাংশ দুষ্কৃতিকাৰীয়ে অবৈধভাৱে গছ-গছনি কাতি বনাঞ্চল ধ্বংসত নামি পৰিছে।

শনিবাৰে মঙলদৈ ফৰেষ্ট বীট অফিচৰ এটা দলে স্থানীয় আৰক্ষীৰ সহযোগত এক বিশেষ অভিযোগৰ ভিত্তিত অভিযান চলাই পানবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ঐতিসাহিক ৰজা পুখুৰীৰ পাৰত কেইবাটাও মূল্যৱান চেগুণ কাঠৰ কুন্দা উদ্ধাৰ কৰে।

জব্দ কৰা কাঠৰ কুন্দা সমূহৰ বজাৰ মূল্য প্ৰায় ৫০,০০০ টকা হ’ব বুলি জানিবলৈ দি নাম প্ৰকাশত অনিচ্ছুক এগৰাকী বিষয়াই উক্ত কুন্দাসমূহ পিছত খাৰুপেটিয়াত থকা বন বিভাগৰ গুদামলৈ লৈ অনা হয় বুলি নৰ্থ-ইষ্ট নাওৰ আগত কয়।

আনহাতে এই সম্পৰ্কত এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই যদিও অতি সোনকালে ইয়াত জড়িত সকলক বিচাৰি উলিয়াবলৈ বন বিভাগে আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিব বুলি বিষয়া গৰাকীয়ে লগতে জানিবলৈ দিয়ে।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd