• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত জিঅ’ৰ ট্ৰু ৫জি সেৱা মুকলি: কামাখ্যা মন্দিৰত বিনামূলীয়া ৫জি সেৱা জিঅ’ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2023 8:42 pm
Jio’s True 5G
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টেলিকম কোম্পানী জিঅ’ই আজি গুৱাহাটীত মুকলি কৰে ট্ৰু ৫জি সেৱা। জনতা ভৱনত অনুষ্ঠিত এক কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ইণ্টাৰনেট সেৱা মুকলি কৰে। মুখ্যমন্ত্ৰী শৰ্মাই গুৱাহাটীত এই দ্ৰুত ইণ্টাৰনেট সেৱা মুকলিকৰণক ঐতিহাসিক আখ্যা দিয়াৰ লগতে মোবাইল সংযোগৰ নতুন যুগৰ আৰম্ভণি বুলি অভিহিত কৰে।

তেওঁ কয় যে এই সেৱাই অসমৰ জনসাধাৰণৰ বাবে বহু সুযোগ মুকলি কৰিছে আৰু ইয়াৰ ফলত ৰাজ্যৰ অৰ্থনীতি আৰু সামাজিক জীৱনৰ প্ৰতিটো খণ্ডতে এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিব। লগতে তেওঁ গুৱাহাটীত এই সেৱা প্ৰদানৰ বাবে জিঅ’ অসমক অভিনন্দন জ্ঞাপন কৰে।

Apply Now

টিম জিঅ’ক প্ৰশংসা কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বৰ্তমানৰ ৯৫০০ কোটিৰ বিনিয়োগৰ উপৰিও জিঅ’ই অসমত ৫জি নেটৱৰ্ক স্থাপনৰ বাবে চলি থকা কামৰ বাবে অতিৰিক্তভাৱে ২৫০০ কোটিৰো অধিক বিনিয়োগ কৰিছে। লগতে অসমৰ প্ৰতিখন চহৰ আৰু ব্লকতে জিঅ’ ট্ৰু ৫জি সেৱা ক্ষিপ্ৰতাৰে উপলব্ধ কৰা হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

ভাৰতৰ ৫জি প্ৰযুক্তি সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে বিকশিত হোৱা বুলি উল্লেখ কৰি শৰ্মাই কয় যে ইয়াৰ দ্বাৰা প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ সফল অগ্ৰগতিৰ বিষয়েও বিশ্ববাসীক এক শক্তিশালী বাৰ্তা প্ৰদান কৰা হৈছে। তেওঁ কয় যে ৫জিৰ জৰিয়তে ভাৰতে এক নতুন ইতিহাস সৃষ্টি কৰিছে আৰু ভাৰতৰ বাবে, লগতে ডিজিটেল ইণ্ডিয়া অভিযানৰ বাবেও এয়া এক বৃহৎ সফলতা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে 5G প্ৰযুক্তিয়ে ভাৰতীয় জনসাধাৰণৰ বাবে প্ৰচুৰ সুযোগ কঢ়িয়াই আনিছে আৰু ইয়াৰ দ্বাৰা শিক্ষা, স্বাস্থ্য, কৃষি, উৎপাদন আৰু উদ্যোগ আদি বিভিন্ন খণ্ডত ইতিবাচক প্ৰভাৱ পৰিব বুলি মন্তব্য কৰে। তেওঁ লগতে সকলোকে নিজৰ পৰিকল্পনাক বাস্তৱলৈ ৰূপান্তৰিত কৰি আগবাঢ়ি যাবলৈ এই প্ৰযুক্তিৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে জিঅ’ই মহানগৰীত ট্ৰু ৫জি সেৱা মুকলি কৰাৰ লগতে কামাখ্যা মন্দিৰত দৰ্শনাৰ্থী আৰু পৰ্যটকৰ সহায়ক হোৱাকৈ বিনামূলীয়া ৫জি সেৱাও আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd