• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাটৰ নতুন সাংসদ তপন গগৈ; সোণাৰীত আনন্দৰ লহৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
May 24, 2019 8:33 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ সাধাৰণ নিৰ্বাচনৰ বৃহস্পতিবাৰে ঘোষণা হোৱা ফলাফলত অসমৰ অন্যতম গুৰুত্বপূৰ্ণ লোকসভা সমষ্টি যোৰহাটত বিজেপিৰ তপন কুমাৰ গগৈ জয়ী হৈ সমষ্টিটোৰ নতুন সাংসদ হিচাপে নিৰ্বাচিত হয়। কালি তপন গগৈৰ বিজয় এক প্ৰকাৰ নিশ্চিত হোৱাত আবেলিৰ পৰাই সোণাৰীত তেওঁৰ সমৰ্থকসকলে ‘আকৌ এবাৰ মোডী চৰকাৰ’ গীতটোৰ তালে তালে  নাচি আনন্দত আত্মহাৰা হৈ পৰে।

তপন গগৈয়ে কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক ৮২৬৫৩ টা ভোটত পৰাস্ত কৰে। তেওঁ ৫,৪৩২৮৮ টা ভোট পোৱাৰ বিপৰীতে সুশান্ত বৰগোহাঁইয়ে লাভ কৰে ৪,৬০৬৩৫ টা ভোট।

Apply Now

উল্লেখযোগ্য যে কংগ্ৰেছৰ দূৰ্গ হিচাপে খ্যাত যোৰহাট লোকসভা সমষ্টিটো একেৰাহে ৫ বাৰ প্ৰাক্তন সাংসদ বিজয় কৃষ্ণ সন্দিকৈৰ দখলত আছিল যদিও ২০১৪ চনত প্ৰথমবাৰৰ বাবে বিজেপিৰ কামাখ্যা প্ৰসাদ তাচা জয়ী হৈছিল।

লোকসভা সমষ্টিটোৰ অন্তৰ্গত শিৱসাগৰ বিধান সভা সমষ্টিত কংগ্ৰেছে বিজেপিতকৈ অধিক ভোট লাভ কৰে। সমষ্টিটোত কংগ্ৰেছে ৫৬,৩১৮টা ভোট পোৱাৰ বিপৰীতে বিজেপিয়ে পায় ৫৫,৬৫৯টা ভোট। ইপিনে থাওৰাত কংগ্ৰেছে ৪১,০৯৩ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰে ৪৩,৭৩৮টা ভোট।

আমগুৰি সমষ্টিতত কংগ্ৰেছে ৩৭,১১০টা ভোট পোৱাৰ বিপৰীতে বিজেপিয়ে ৫০,০০১টা ভোট লাভ কৰিবলৈ সক্ষম হয়।নাজিৰাত বিজেপিয়ে ৪৭,৩৫০টা আৰু কংগ্ৰেছে ৪৫,৫২৯টা ভোট পায়। একেদৰে মাহমৰাটো বিজেপি অধিক ভোট পায়, ৫১,৩৪১টা ভোট বিজেপিয় পোৱাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰে ৪২,৫১১টা ভোট।

আনহাতে তপন গগৈৰ নিজা সমষ্টি সোণাৰীত বিজেপিয়ে ৭৮,০৫৭টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৪৪,৮৫১টা ভোট লাভ কৰে। ইয়াৰ উপৰি যোৰহাট, টিয়ক আৰু মৰিয়নি বিধানসভা সমষ্টি কেইটাত বিজেপিয়ে কংগ্ৰছতকৈ ক্ৰমে ১১৬৭, ৬৫০৪ আৰু ১৩,০৮৭ টা ভোট বেছিকৈ লাভ কৰে।  অৱশ্যে তিতাবৰত কংগ্ৰেছে বিজেপিতকৈ ১৩,১০৮ টা ভোট বেছিকৈ লাভ কৰিবলৈ সক্ষম হয়।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd