• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেন্সাৰৰ সৈতে যুঁজিছে অসমৰ এমবিবিএছ ছাত্ৰই, সাহায্যৰ বাবে অসহায় সহপাঠীৰ আহ্বান

Mahesh Deka মহেশ ডেকা
গুৱাহাটী , October 16, 2018 9:06 pm

2 min read

Abdur-Rahman-Choudhury-1-750x375

মুম্বাইৰ টাটা মে’মৰিয়েল হস্পিটেলত চিকিৎসাধীন চৌধুৰী।

295
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে কেন্সাৰ চিকিৎসাৰ উন্নত সুবিধা আগবঢ়োৱা বুলি দাবী কৰি অহাৰ পৰতে সহপাঠী এজনক এই মাৰাত্মক ৰোগৰ পৰা সুস্থ কৰি তোলাৰ বাবে সাহায্য বিচাৰি দেশজোৰা আহ্বান জনাইছে ৰাজ্যৰ এগৰাকী এম বি বি এছ ছাত্ৰীয়ে।

লিউকমিয়া (Acute Myeloid Leukaemia) নামৰ তেজৰ এবিধ কৰ্কট ৰোগত আক্ৰান্ত আব্দুৰ ৰহমান চৌধুৰী নামৰ ছাত্ৰজনৰ অতি খৰচী এক চিকিৎসা কৰোৱাৰ বাবে আৰ্থিক সাহায্য বিচাৰি কেইবাটাও টুইট কৰিছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ এম বি বি এছ ১ম বৰ্ষৰ ছাত্ৰী দেবপ্ৰিয়া ধৰে।

মুম্বাইৰ টাটা মে’মৰিয়েল হস্পিটেলত চিকিৎসাধীন চৌধুৰীক চিকিৎসকে অস্থি মজ্জা সংৰোপন (bone marrow transplant)ৰ পৰামৰ্শ আগবঢ়াইছে। কিন্তু এই চিকিৎসাৰ বাবে ছাত্ৰজনক প্ৰয়োজন প্ৰায় ৩৫-৪৫ লাখ টকা।

ৰোগাক্ৰান্ত ছাত্ৰজনৰ দেউতাক ২ বছৰ আগতে ঢুকোৱাৰ বাবে তেওঁৰ পৰিয়ালৰ ইমান ব্যয়বহুল চিকিৎসাৰ বাবে আৰ্থিক সামৰ্থ্য নাই বুলিও টুইটযোগে সদৰী কৰিছে দেবপ্ৰিয়াই।

আনহাতে চিকিৎসাৰ বাবে ধন গোতাবলৈ হাহাকাৰ কৰিব লগা ৰুগীয়া ছাত্ৰজনৰ বায়েক, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ এম বি বি এছ চূড়ান্ত বৰ্ষৰ ছাত্ৰী আয়েশাই।

At present, her sister Ayesha Siddiqua Choudhury is struggling for her treatment He has been undergoing chemotherapy since last 1 year but now doctors have suggested him for a bone marrow transplant. This would cost him an amount of around 35-45 lakhs.

— Debapriya Dhar (@Debapriya__D) October 16, 2018

অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে কিছু ধন সংগ্ৰহ কৰিছিল যদিও ছাত্ৰজনৰ চিকিৎসাৰ বাবে সেয়া পৰ্য্যাপ্ত নহয়।

ৰুগীয়া ছাত্ৰজনৰ সাহায্যাৰ্থে তেওঁৰ বেংক একাউণ্টত সদাশয় লোকে সাহায্য আগবঢ়াব পাৰে।

একাউণ্ট নাম- Abdur Rahman Choudhury, একাউণ্ট নম্বৰ- 8080811050903, বেংক- Yes Bank, আই এফ এছ চি (IFSC)- YESB0CMSNOC.

Recent News

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd