• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আই চি চি বিশ্বকাপ ২০১৯’ৰ ভাৰতৰ বিৰুদ্ধে খেলা মেচত আফগানিস্তানক সমৰ্থন অসমৰ গো-পালকৰ

পীযুষ ৰঞ্জন by পীযুষ ৰঞ্জন
June 22, 2019 5:33 pm
vwjaasdxl3x21-1140x570
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই চি চি বিশ্বকাপ ২০১৯’ৰ শনিবাৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ খেলখনত ভাৰত বেটিং বিক্ৰমৰ বিৰুদ্ধে আফগানিস্তানৰ স্পীন যুটি মহম্মদ নবী আৰু ৰছিদ খানৰ প্ৰদৰ্শন হৈ পৰিছে মুখ্য আকৰ্ষণ।

কিন্তু, নিজ দেশৰে অসমৰ এক ভিতৰুৱা অঞ্চলত সহস্ৰাধিক গো-পালকে আপগানিস্তানৰ ক্ৰিকেট দলটোক সমৰ্থন কৰাৰ কাৰণ বিচাৰি পাইছে।

Apply Now

গো-পালকসকলে ক্ৰিকেট নেখেলে যদিও তেওঁলোকে আফগানিস্তানৰ দলটোৱে বিৰাট কোহলীৰ দলটোক পৰাজিত কৰাটো বিচাৰে।

গো-পালকসকল ভাৰত-বিৰোধী নহয়, আৰু তেওঁলোকে কোনো বিচ্ছিন্নতাবাদী আন্দোলনো কৰা নাই। কিন্তু তেওঁলোকে আফগানিস্তানৰ ক্ৰিকেটাৰসকলক তেওঁলোকৰ ‘’নিজৰ দল’’ৰ হিচাপে চিনাক্ত কৰিবলৈ আৰম্ভ কৰিছে।

61021524_331598314140010_5811495048318768211_n

মুখ্যত: গাখীৰৰ বিশাল উৎপাদক কোম্পানী ‘আমূল’ আফগানিস্তান ক্ৰিকেট দলটোৰ মুখ্য স্পনছৰাৰ।আকৌ গো-পালকসকল অসমত আমূলৰ শক্তিশালী মিল্ক প্ৰডিউছাৰছ ৱেলফেয়াৰ এছোচিয়েশ্যন (এম পি ডব্লিউ এ)ৰ সদস্য।

‘’গো-পালক হিচাপে, গাঁৱত ভাল দৰত সদায় গাখীৰ বিক্ৰী কৰাটো আমাৰ বাবে কঠিন আছিল। আকৌ, ‘আমূল’ৰ বাবেই আমি বৰ্তমান গাখীৰৰ ভাৰ দৰ লাভ কৰিছো,’’-শনিবাৰে টিহুৰ এগৰাকী গো-পালক ৰঞ্জিত দাসে নৰ্থইষ্ট নাওৰ আগত এইদৰে কয়।

আমূলৰ উৎপাদিত সামগ্ৰীৰ বিপণনকাৰী গুজৰাট কোপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যন লিমিটেডে বিগত কেইবছৰ ধৰি মধ্য আৰু নামনি অসমৰ গো-পালকসকলক ‘এম পি ডব্লিউ এ’ ৰ অধীনত সংগঠিত কৰিবলৈ আৰম্ভ কৰিছে।

ইয়াৰ ফলস্বৰূপে, অসমৰ ভিতৰুৱা অঞ্চলত আমূলৰ ভাল কামৰ বাবে গো-পালকসকলে উপভোক্তাৰ ধনৰ সিংহভাগ লাভ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰায় ৭৫,০০০ গো-পালকে বৰ্তমান আমূলৰ সৈতে কাম কৰি আছে।

গাখীৰ সংগ্ৰহৰ উপৰি আমূলে লগতে গাইগৰুৰ বাবে সন্তুলিত খাদ্য যোগান, পৰিপূৰক খাদ্য, পশু চিকিৎসা সেৱা আৰু ঘাঁহৰ বীজকে ধৰি উৎপাদকসকলৰ বাবে উৎপাদন বৃদ্ধিৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।

আফগানিস্তান ক্ৰিকেট দলৰ খেলুৱৈসকলে তেওঁলোকৰ জাৰ্চিত গৌৰৱেৰে আমূলৰ লগ’ পৰিধান কৰাৰ বাবে অসমৰ গো-পালকসকলে ইয়াৰ বাবে অত্যন্ত গৌৰৱান্বিত হৈ পৰিছে।

‘’তেওঁলোকে (আফগানিস্তান ক্ৰিকেট দল) আমাক আই চি চি বিশ্বকাপত প্ৰতিনিধিত্ব কৰিছে,’’-নলবাৰীৰ আন এগৰাকী গো-পালক ৰমেশ বৈশ্যই কয়।

আমূলৰ শক্তিশালী লগ’টোৱে যিদৰে অসমৰ ভিতৰুৱা অঞ্চলৰ গো-পালকসকলক ঐক্যবদ্ধ কৰিছে, তেওঁলোকে অনুভৱ কৰে যে ‘ব্ৰেণ্ড ভেল্যু’ৰ বাবে তেওঁলোকে আফগানিস্তানৰ ক্ৰিকেট দলটোলৈ সমৰ্থন আগবঢ়োৱা উচিত।

বৰ্তমান, উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ মহানগৰ গুৱাহাটীত গাখীৰ বিক্ৰীৰ ক্ষেত্ৰত আমূলে বৃহৎ বজাৰ লাভ কৰিছে আৰু প্ৰতিদিনে আমূল ব্ৰেণ্ড শক্তিশালী ৰূপত প্ৰতিষ্ঠা লাভ কৰি আছে।

পীযুষ ৰঞ্জন

পীযুষ ৰঞ্জন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd