• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ এজন প্ৰভাৱশালী মন্ত্ৰী চুপাৰি ছিণ্ডিকেটত জড়িত : অখিল গগৈ

আৰক্ষীয়ে গোচৰটো নৰম ধাৰাত নিবলৈ চেষ্টা কৰাৰ অভিযোগ কৃষক মুক্তিৰ নেতাজনৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 6, 2019 10:06 pm
Akhil Gogoi

কৃষক মুক্তিৰ ৰাজ্যিক কাৰ্য্যালয়ত দিয়া সংবাদমেলত অখিল গগৈ। ৬ ছেপ্টেম্বৰত। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত বৃহৎ চুপাৰি ছিণ্ডিকেটৰ সৈতে এজন প্ৰভাৱশালী মন্ত্ৰী জড়িত আছে বুলি আজি দাবী কৰিছে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে।

কৃষক মুক্তিৰ নেতাজনৰ মতে, আৰক্ষীৰ উপৰি এই প্ৰভাৱশালী মন্ত্ৰীজন জড়িত থকা বাবেই গুৱাহাটীত ২৭খন চুপাৰিভৰ্তি ট্ৰাক জব্দ কৰা ঘটনাটোত আৰক্ষীয়ে নৰম ধাৰাত গোচৰ ৰুজু কৰিছে।

Apply Now

ট্ৰাককেইখন যোৱা ২১ আগষ্টত গুৱাহাটীত জব্দ কৰা হৈছিল আৰু সেইকেইখন এতিয়াও আই এছ বি টিত আছে। তালৈ স্থানান্তৰ কৰাৰ পূৰ্বে ভালেকেইদিন ট্ৰাককেইখন জালুকবাৰীত ৰখাই থোৱা হৈছিল।

চুপাৰি ছিণ্ডিকেইটৰ বিভিন্ন গোপন দিশ উন্মোচিত কৰি অহা অখিল গগৈয়ে ৬ ছেপ্টেম্বৰত এই বিষয়ত সংবাদমেল দি আৰক্ষী আৰু প্ৰভাৱশালী মন্ত্ৰীৰ বাবেই গোচৰৰ ধাৰা নৰম হোৱা বুলি অভিযোগ তোলে।

গগৈৰ মতে, গোচৰটোত অসম আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০বি, ৪২০, ৪৬৮ আৰু ৪৭১ ধাৰা লগাইছে। অৰ্থাৎ ইয়াত অপৰাধমূলক ষড়যন্ত্ৰ, প্ৰৱঞ্চনা, জালিয়াতি আদিৰ ধাৰা সংযোগ কৰা হৈছে।

“কিন্তু এই চুপাৰিবোৰ বাৰ্মিজ আৰু ইণ্ডোনেছিয়াৰ চুপাৰি। গতিকে ইয়াত বৈদেশিক বাণিজ্য জড়িত হৈ আছে, যিটোৰ বাবে কাষ্টম এক্ট ১৯৬২-ৰ ১৩৫ ধাৰা সংযুক্ত কৰিব লাগিব”, কৃষক মুক্তিৰ ৰাজ্যিক কাৰ্য্যালয়ত দিয়া সংবাদমেলত গগৈয়ে কয়।

কিন্তু এই ধাৰাত যাতে গোচৰটো নাযায়, তাৰ বাবেই আৰক্ষীয়ে কৃষক মুক্তিয়ে দিয়া এজাহাৰখন সম্পূৰ্ণকৈ পঞ্জীয়ন নকৰি সেইখনক আৰক্ষীয়ে নিজে ৰুজু কৰা গোচৰৰ সৈতে সাঙুৰি ল’বলৈ চেষ্টা কৰিছে বুলি গগৈয়ে নিজৰ অনুমান হোৱা বুলি কয়।

গগৈৰ আন এটা গুৰুতৰ অভিযোগ, “কেৱল বৈদেশিক বাণিজ্যই নহয়। ইয়াৰ সৈতে অবৈধ ড্ৰাগছ, অবৈধ মাৰণাস্ত্ৰও অনা হয়।”

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd