• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ব্যক্তিগতখণ্ডৰ হাস্পতাললৈ বিশেষ নিৰ্দেশ মন্ত্ৰী পিযুষ হাজৰিকাৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 21, 2020 4:47 pm

1 min read

ব্যক্তিগতখণ্ডৰ হাস্পতাললৈ বিশেষ নিৰ্দেশ মন্ত্ৰী পিযুষ হাজৰিকাৰ
17.5k
VIEWS
Share on FacebookShare on Twitter

মন্ত্ৰী পিয়ুষ হাজৰিকাই আজি গুৱাহাটী ৰে’ল ষ্টেশ্যনত উপস্থিত হৈ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ তদাৰক কৰে।

মন্ত্ৰী গৰাকীয়ে ৰে’ল ষ্টেশ্যনত চিকিৎসকলৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে যাত্ৰীসকলক নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি বহিবলৈ তথা ট্ৰেইনত যাত্ৰা কৰিবলৈ আহ্বান জনায়।

আনহাতে অসম চৰকাৰে ICU আৰু ভেণ্টিলেশ্যনৰ সংখ্যা বৃদ্ধি কৰাৰ চিন্তাচৰ্চা কৰিছে বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত জনায়। জিলা চৰকাৰী হাস্পতাল সমূহত আইচ’লেচন ৱাৰ্ড সাজু কৰা হৈছে বুলিও তেওঁ কয়।

ইয়াৰ উপৰি ব্যক্তিগতখণ্ডৰ ক’ৰ’নাৰ সৈতে যুজিবলৈ সাজু হ’বলৈ নিৰ্দেশ দিয়াৰ লগতে ৰোগী আহিলে তেওঁলোকক চৰকাৰী হাস্পতাললৈ পঠিয়াই দায়িত্ব সামৰিব নোৱাৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

অসমত এই পৰ্যন্ত এটাও ক’ৰ’না পজিটিভ কেছ ধৰা পৰা নাই বুলি মন্ত্ৰীজনে জনায়। আনহাতে MRPতকৈ অধিক দামত চেনিটাইজাৰ বিক্ৰী কৰা ফাৰ্মাচী সমূহৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলিও তেওঁ কয়।

Recent News

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd