• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱৰ কৰ’না আক্ৰান্তক লৈ প্ৰদ্যুৎ বৰদলৈ, পিযুষ হাজৰিকাৰ টুইটাৰ যুঁজ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 19, 2020 10:50 pm
Assam Minister Pijush Hazarika, MP Pradyut Bordoloi in twitter war over COVID-19 patient

প্ৰতীকী ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰ পৰা উভতি অহা নগাঁৱৰ এগৰাকী ছাত্ৰী আজি ক’ভিড-১৯ত আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পাছতে এতিয়া বিষয়টোক লৈ ৰাজনৈতিক মহলত সৃষ্টি হৈছে বিতৰ্ক।

কেনেকৈ এইগৰাকী ছাত্ৰীক ৰাজস্থানৰ পৰা অহাৰ পাছত কোৱাৰেন্টাইন নকৰি ঘৰলৈ পঠিয়াই দিয়া হৈছিল বুলি টুইটাৰত প্ৰশ্ন কৰে যুৱ কংগ্ৰেছী তথা  এন এছ ইউ আইৰ প্ৰাক্তন সভাপতি মৃণাল হাজৰিকাই।

Apply Now

যুৱ কংগ্ৰেছীগৰাকীয়ে লিখিছিল– ৰাজস্থানৰ পৰা উভতি অহা ছাত্ৰী নগাঁৱৰ হিমাশ্ৰী বৰাক কোৱাৰেন্টাইনত নাৰাখি ঘৰলৈ কাৰ অনুমতিত পঠাই দিয়া হ’ল? আজি কোভিড-১৯ ৰোগী হিচাপে ছাত্ৰীগৰাকী চিনাক্ত হোৱাৰ পাছত নগাঁৱৰ আমোলাপট্টি অঞ্চলটোত যি ত্ৰাসৰ সৃষ্টি হৈছে তাৰ দায়িত্ব কোনে ল’ব?

ৰাজস্থানৰ পৰা উভতি অহা ছাত্ৰী নগাঁৱৰ হিমাশ্ৰী বৰাক কোৱাৰান্টাইনত নাৰাখি ঘৰলৈ পঠায় দিয়া হ’ল , কাৰ অনুমতিত ?
আজি COVID 19 ৰোগী হিচাপে ছাত্ৰী গৰাকী চিনাক্ত হোৱাৰ পাছত নগাঁও আমোলাপট্টি অঞ্চলটোত যি ত্ৰাসৰ সৃষ্টি হৈছে , তাৰ দায়িত্ব কোনে লব ।@himantabiswa@pradyutbordoloi pic.twitter.com/veUhliVHhH

— Mrinal Hazarika (@mrinalhzrk) May 19, 2020

যুৱ কংগ্ৰেছীগৰাকীৰ এই পোষ্টতো ৰিটুইট কৰিছিল নগাঁৱৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।

তাৰ পাছতে এই টুইটটোৰ উত্তৰ দিয়ে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই।

The girl from Nagaon was sent to home quarantine on a serious medical ground which I can’t disclose. As a sensible MP, you could have checked with me for facts instead of tweeting/retweeting which can cause unwarranted panic during a crisis @pradyutbordoloi @mrinalhzrk

— Pijush Hazarika (@Pijush_hazarika) May 19, 2020

ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে টুইটত উত্তৰ দি কয়— নগাঁৱৰ ছোৱালীগৰাকীক গুৰুতৰ চিকিৎসাজনিত কাৰণত হোম কোৱাৰেন্টাইনলৈ পঠিওৱা হৈছিল যিটো মই প্ৰকাশ কৰিব নোৱাৰো।

প্ৰদ্যুৎ বৰদলৈক উদ্দেশ্যি মন্ত্ৰী পিযুষ হাজৰিকাই কয়, এজন বিচাৰবুদ্ধিসম্পন্ন সাংসদ হিচাপে টুইট বা ৰিটুইট কৰাতকৈ, যিটোৱে এক সংকটৰ সময়ত অনৰ্থক আতংকৰ সৃষ্টি কৰিব পাৰে,  আপুনি কথাটো মোৰ পৰা জানি ল’ব পাৰিলেহেঁতেন।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd