• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসকক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ‘ধনদাবী’ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰাক্তন শীৰ্ষ নেতাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 28, 2018 8:14 pm
Assam neuro surgeon's allegation of extortion against AJYCP: NE Now brings reaction of former top leaders

ডাঃ ধ্ৰুৱজ্যোতি কুৰ্মী। ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিতেলৰ স্নায়ু শল্য চিকিৎসক ডাঃ ধ্ৰুৱজ্যোতি কুৰ্মীয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিৰুদ্ধে উত্থাপন কৰা ধাৰাবাহিক ধনদাবীৰ অভিযোগ সন্দৰ্ভত নৰ্থ ইষ্ট নাও-ত শুকুৰবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনটোৰ দুগৰাকী প্ৰাক্তন শীৰ্ষ নেতাই।

ধনদাবীৰ “বদনাম”ক গুৰুত্বসহকাৰে লৈ সংগঠনটোৰ শীৰ্ষ নেতৃত্বক বিষয়টো তদন্ত কৰিবৰ বাবে আহ্বান জনাইছে প্ৰাক্তন সভাপতি বিমল প্ৰসাদ চৌধুৰীয়ে।

Apply Now

“যিহেতু বদনাম ওলাইছে, সেয়ে সংগঠনৰ নেতৃবৃন্দই ‘কেজুৱেলি’ কথাটো ল’ব নালাগে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে বিষয়টো চালি-জাৰি চোৱা উচিত, লগতে তদন্ত কৰিও চাব বুলি আশা কৰিছো,” নৰ্থ ইষ্ট নাও-ত এই মন্তব্য প্ৰাক্তন সভাপতিজনৰ।

চৌধুৰীয়ে লগতে কয় যে এনে অভিযোগে সংগঠনটোৰ লগতে সমাজতো বিশৃংখলতাৰ সৃষ্টি কৰে। “সংগঠনৰ নীতি-আদৰ্শৰ বিপৰীতে এইবিলাক চলি থাকিলে সামাজিক বিশৃংখলতাৰ সৃষ্টি হ’ব, যদি কথাটো সত্য হয়। সংগঠনৰ কোনোবাই যদি দাবী কৰিছে সেইটো গৰিহণাযোগ্য,” চৌধুৰীৰ মন্তব্য।

চিকিৎসকজনে যদি মানসিক কষ্ট পাইছে, সেইটো সঁচাই দুখদায়ক বুলি মন্তব্য কৰি চৌধুৰীয়ে লগতে কয় যে ৰাইজে উদযাচি দিয়া ধনেৰেই সংগঠন এটাৰ কাম-কাজ চলিব লাগে।

লগতে পঢ়ক– যুৱ ছাত্ৰ পৰিষদৰ ধাৰাবাহিক ধনদাবীত অতিষ্ঠ স্নায়ু শল্য চিকিৎসক

আনহাতে সংগঠনটোৰ আন এগৰাকী প্ৰাক্তন সভাপতি তথা বৰ্তমান অগপ দলৰ মুখপাত্ৰ দিলীপ পাটগিৰীয়ে কয় যে ঘটনাটো যদি সঁচা তেন্তে চিকিৎসকজনে গোচৰ দাখিল কৰিব লাগে।

পৰিষদৰ সদস্যই পূৰ্বে “ধনদাবী” কৰাৰ উদাহৰণ নাই বুলি উল্লেখ কৰি পাটগিৰীয়ে কয়, “তেওঁ ফে’চবুক পে’জতহে কথাটো উল্লেখ কৰিছে। মই চিকিৎসকজনক মিছা বুলি কোৱা নাই। আইনৰ সহায় ল’লে কথাটোৰ সঁচা-মিছা ওলাই পৰিব। লগতে তেওঁ যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিকো কথাটো অৱগত কৰিব লাগে।”

চিকিৎসকজনৰ অভিযোগক লৈ নৰ্থ ইষ্ট নাও-এ প্ৰকাশ কৰা বাতৰিটোৱে ব্যাপক চৰ্চা লাভ কৰিছিল। বিষয়টোক লৈ সংগঠনটোৱে এতিয়ালৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ মন্তব্য জানিবৰ বাবে আমি প্ৰায় প্ৰতিদিনাই চেষ্টা কৰি আছো যদিও তেওঁৰ ম’বাইলটো বন্ধ হৈ আছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd