• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলচৰত আৰক্ষীৰ সহায়তহে মধ্যাহ্ন ভোজনৰ খিচিৰি বিলালে এন জি অ’ই

অনিৰুদ্ধ লস্কৰ by অনিৰুদ্ধ লস্কৰ
November 5, 2019 7:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি চৰকাৰে মধ্যাহ্ন ভোজনৰ দায়িত্ব NGO ক অৰ্পণ কৰি লক্ষাধিক ৰান্ধনীক কৰ্মহীন কৰাৰ পিছত সমগ্ৰ ৰাজ্যতে মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে।

আজি শিলচৰৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ দায়িত্ব বহন কৰা ‘আকৃতি’ নামৰ এন জি অ’টোৱে আৰক্ষীৰ উপস্থিতিতহে খিচিৰি বিলাইছে।

Apply Now

বিদ্যালয়খনৰ ৰঞ্জিত দাস নামৰ এগৰাকী কৰ্মচাৰীয়ে কয় যে, ‘১ নৱেম্বৰৰ দিনা তেওঁলোকে মধ্যাহ্ন ভোজনৰ খাদ্য দিনৰ ২.০৭ মিনিটত বিদ্যালয়লৈ আনিছে, তেতিয়া বিদ্যালয় বন্ধ হোৱাৰে সময় হ’ল। তাৰ পিছদিনা তেওঁলোক আহিছে ২.১০ মিনিটত। কালি মই তেওঁলোকক ক’লো তেওঁলোকে ১২ বজাৰ আগত নাহিলে আমি তেওঁলোকৰ মধ্যাহ্ন ভোজনৰ খাদ্য ল’ব নোৱাৰিম আৰু আজি তেওঁলোকে লগত আৰক্ষীৰ দল লৈ আহিছে।’

তাৰোপৰি দাসে কয় যে, ‘এন জি অ’টোৱে অনা খাদ্য স্বাস্থ্যৰ বাবে উপযুক্ত নহয় আৰু ছাত্ৰ-ছাত্ৰীসকলে খাদ্যত মাখি বিচাৰি পাইছে। ফলত আধাতকৈ বেছি ছাত্ৰ-ছাত্ৰীয়ে সেই খাদ্য খোৱাৰ সলনি ডাষ্টবিনত পেলাই দিছে।’

লগতে তেওঁ কয় ‘আমি খাদ্যখিনি গ্ৰহণ কৰিব বিচৰা নাছিলো। কিন্তু এন জি অ’টোৱে লগত আৰক্ষীৰ দল লৈ আহিছে গতিকে আমাৰ ওচৰত বিকল্প নাই।’

বিদ্যালয়খনৰ এগৰাকী জ্যেষ্ঠ শিক্ষকে কয় যে, ‘পূৰ্বতে আমাৰ বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ কাৰ্য সুচাৰুৰূপে চলি আছিল। ছাত্ৰ-ছাত্ৰীসকলেও ভাল খাদ্য খাবলৈ পাইছিল।’

লগতে জ্যেষ্ঠ শিক্ষক গৰাকীয়ে কয় যে, ‘এইটো অপৰাধেই হৈছে নে কি হৈছে নাজানো কিন্তু এই ৰাজনৈতিক পাকচক্ৰত আটাইতকৈ ভোক্তভোগী হৈছে ছাত্ৰ-ছাত্ৰীসকল। মই ব্যক্তিগত ভাৱে আশা কৰিছো যে ইয়াৰ এটা সমাধান হওক।’

অনিৰুদ্ধ লস্কৰ

অনিৰুদ্ধ লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd