• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলমৰ আঁচোৰত নিৰ্ভৰ কৰিছে খিলঞ্জীয়াৰ ভৱিষ্যত: এন আৰ চিক লৈ সমুজ্জ্বল ভট্টাচাৰ্য্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 26, 2019 7:45 pm
Assam NRC employees' pen will determine fate of indigenous people, says AASU advisor Samujjal Bhatta

সমুজ্জ্বল ভট্টাচাৰ্য্যৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ নিশ্চিত ভৱিষ্যত সুৰক্ষিত হ’ব নে নহয়, সেইটো নিৰ্ভৰ কৰিব এন আৰ চিৰ সৈতে জৰিত বিষয়া-কৰ্মচাৰীৰ কলমৰ আঁচোৰৰ ওপৰত।‘ এন আৰ চিৰ অতিৰিক্ত নাম কৰ্তন খচৰা প্ৰকাশৰ পাছতে এই মন্তব্য কৰিছে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

এই প্ৰতিক্ৰিয়াৰে এন আৰ চি কৰ্তৃপক্ষক নিয়াৰিকৈ তেওঁলোকৰ কৰ্তব্য পালনৰ বাবে ভট্টাচাৰ্য্যই আহ্বান জনায়।

Apply Now

‘বাৰম্বাৰ কৈ অহা হৈছে যে, অবৈধ বাংলাদেশীয়ে ভুল আৰু ভুৱা তথ্যৰে নিজৰ নামটো এন আৰ চিত অন্তৰ্ভুক্ত কৰিবলৈ উঠি-পৰি লাগি আছে, কিছুসংখ্যক ধৰাও পৰিছে। এতিয়াও অবৈধ বাংলাদেশীয়ে ভুৱা তথ্যৰে নিজৰ নামটো এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। উচ্চতম ন্যায়ালয়ে নথি-পত্ৰসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰিবলৈ দিয়া নিৰ্দেশনা এন আৰ চি কৰ্তৃপক্ষই পালন কৰাৰ এয়াই সময়।‘ ভট্টাচাৰ্য্যই কয়।

ইয়াৰোপৰি, ‘চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰা ৪০ লাখ লোকৰ ৩৭ লাখেই দাবী কৰিলে, তাৰ মানে অসমত ৩ লাখহে অবৈধ বাংলাদেশী আছে নেকি?’ এইদৰে প্ৰশ্ন কৰি ভট্টাচাৰ্য্যই কয় ‘এই প্ৰশ্ন ৰাইজৰ মনতো আহিছে। নিশ্চয় ইয়াতকৈ বেছি আছে বাংলাদেশী।‘

ভট্টাচাৰ্য্যৰ আহ্বান ‘সকলো জিলা উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া আৰু এন আৰ চিৰ সৈতে জৰিত সকলো বিষয়া-কৰ্মচাৰীক জাতীয় দায়িত্বৰে এন আৰ চি প্ৰক্ৰিয়া আগুৱাই নিবলৈ আহ্বান জনাইছো।‘

ইপিনে, কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে এন আৰ চি প্ৰস্তুতকৰণৰ ক্ষেত্ৰত দায়বদ্ধতাৰে কাম কৰি অহা বুলি কৰা দাবী সন্দৰ্ভত ভট্টাচাৰ্য্যই কয় ‘অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বিদেশী বহিস্কাৰৰ ক্ষেত্ৰত কৈ অহা দায়বদ্ধতা শব্দটোৰ ফলাফল আমি বিচাৰিছো।‘

তেওঁ আৰু কয় ‘চূড়ান্ত এন আৰ চি প্ৰকাশ পাবলৈ মাজত মাথোঁ ৩৫ দিন। উচ্চতম ন্যায়ালয়ৰ নিৰৱচ্ছিন্ন তদাৰকত অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে, উচ্চতম ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। উচ্চতম ন্যায়ালয়ৰ তদাৰকত এন আৰ চি প্ৰক্ৰিয়া চলি থকা বাবেই কাম ইমানখিনি আগবাঢ়িছে। অতিৰিক্ত নাম কৰ্তন খচৰাত যিসকলৰ নাম কৰ্তন হৈছে তেওঁলোককো সুবিধা দিয়া হৈছে।‘

১,০২,৪৬২ গৰাকী লোকৰ নাম অন্তৰ্ভুক্তিৰে বুধবাৰে এন আৰ চিৰ অতিৰিক্ত খচৰা নাম কৰ্তন তালিকা প্ৰকাশ পাইছে।

যোৱা বছৰৰ ৩০ জুলাইত প্ৰকাশিত এন আৰ চিৰ খচৰাত নাম সোমোৱা, কিন্তু পৰৱৰ্তী পৰ্য্যায়ত বিভিন্ন কাৰণত অযোগ্য বিবেচিত হোৱা লোকসকলৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd