DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মন্ত্ৰী হিমন্ত বিশ্বৰ সকীয়নিত শংকিত হৈয়ে নাৰ্ছে স্থগিত ৰাখিলে নেকি আন্দোলন?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 30, 2018 11:16 pm
All Assam Nurse Santha

কাৰ্যনিৰ্বাহক সভাৰ পাছত দিয়া সংবাদমেলত সদৌ অসম নাৰ্ছ সন্থাৰ কৰ্মকৰ্তাসকল। ফটো : য়ু বি।

383
VIEWS
Share on FacebookShare on Twitter

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদী নাৰ্ছসকলৰ বিৰুদ্ধে দিয়া “ব্যৱস্থা” গ্ৰহণৰ সকীয়নিতে স্থগিত হৈছে নেকি তেওঁলোকৰ আন্দোলন?

নাৰ্ছসকলে আন্দোলন প্ৰত্যাহাৰ নকৰিলে তেওঁলোকৰ ঠাইত নতুন নিযুক্তি দিয়াৰ দৰে চূড়ান্ত ঘোষণা কৰিছিল মন্ত্ৰীজনে। যোৰহাটৰ টীয়কত শুকুৰবাৰে পঞ্চায়ত নিৰ্বাচনৰ এখন প্ৰচাৰ সভাত মন্ত্ৰীজনে এই ঘোষণা কৰিছিল।

‘‘কালিলৈকে আলোচনাৰ ৰাস্তা লৈছিলো। যদিহে আন্দোলন প্ৰত্যাহাৰ নকৰে, তেন্তে কাইলৈৰ পৰা তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থাও ল’ব লাগিব। কাইলৈৰ পৰা পৰীক্ষা অনুষ্ঠিত কৰিম,” এয়া আছিল মন্ত্ৰী শৰ্মাৰ মন্তব্য।

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ আন্দোলনটোত ৰাজনীতি থকাৰো দাবী কৰিছিল মন্ত্ৰীজনে। তেওঁ কৈছিল, ‘‘পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আন্দোলন কৰা, বিজেপি বিৰোধী শক্তিবোৰে সেই আন্দোলনক উদগনি যোগোৱা– এই সমগ্ৰ কথাবোৰ গুৰুত্বসহকাৰে লৈছো, ইয়াৰ অনুসন্ধান কৰিম।”

তাৎপৰ্য্যপূৰ্ণভাৱে মন্ত্ৰীজনে এই বক্তব্য আগবঢ়োৱা দিনটোতে আন্দোলনক লৈ উলম্ব বিভাজন ঘটে সদৌ অসম নাৰ্ছ সন্থাৰ।

সংগঠনটোৰ সভানেত্ৰী আৰু সম্পাদিকাই পৰস্পৰবিৰোধী মন্তব্য কৰাৰ লগতে শুকুৰবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ পূৰ্বঘোষিত আন্দোলনথলীত নিৰ্ধাৰিত সময়্ত হাজিৰ হোৱা নাছিল কোনো প্ৰতিবাদকাৰী।

সংগঠনটোৱে অৱশ্যে এতিয়াও আন্দোলন শেষ হোৱা বুলি ঘোষণা কৰা নাই আৰু অহা ৪ ডিচেম্বৰত কৰ্তৃপক্ষৰ সৈতে আলোচনালৈহে বাট চোৱাৰ কথাহে কৈছে।

সমগ্ৰ কথা-কাণ্ডৰ পৰিপ্ৰেক্ষিতত সেয়ে  চৰ্চা হৈছে— নাৰ্ছসকলৰ আন্দোলন স্থগিত হোৱাৰ কাৰণ মন্ত্ৰী শৰ্মাৰ “ব্যৱস্থা” গ্ৰহণৰ সকীয়নিয়ে নেকি?

Recent News

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd