• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত কেতিয়া আহি উপস্থিত হ’ব অসম কন্যা লাভলীনা বৰগোহাঁই?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 8, 2021 4:25 pm
Lovlina Borgohain
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৩ আগষ্টৰ পূৰ্বে অসমত উপস্থিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অসম কন্যা তথা অলিম্পিকত বক্সিং(মহিলা)ত ব্ৰঞ্জ লাভ কৰা লাভলীনা বৰগোহাঁই।

এটা দিনৰ বাবে অসমলৈ আহিব লাভলীনা। তাৰ পাছত পুনৰ পেৰিছ অলিম্পিকৰ বাবে নিজকে সাজু কৰিবলৈ বক্সিং ৰিঙত নামিব লাভলীনা।

Apply Now

অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে সংবাদমলযোগে জনাইছে এই কথা।

অসমত উপস্থিত হোৱাৰ পাছতে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে ৰাজ্য চৰকাৰে সম্বৰ্ধনা জনাব লাভলীনাক। তাৰ পাছতে গৃহ জিলালৈ ৰাওনা হ’ব লাভলীনা।

১০ আগষ্টত দিল্লীত উপস্থিত হ’ব লাভলীনা। দিল্লীত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰ্যালয়ে সম্বৰ্ধনা জনাব লাভলীনাক।

লক্ষ্য কোঁৱৰে লগতে কয়, “টকিঅ’ অলিম্পিকত ১২৫ বছৰীয়া ইতিহাসত ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শন। সফলতাৰ মূল কাৰণ হৈছে ভাৰত চৰকাৰৰ এখন বিশেষ আঁচনি।”

“২০২০ অলিম্পিকত ভাৰতে লাভ কৰিলে ৭ টা পদক। প্ৰধানমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপৰ বাবে এয়া সম্ভৱ হৈছে। বৰ্তমানৰ ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়া হৈছিল।”

তেওঁ লগতে কয়, “উন্নত মানৰ প্ৰশিক্ষণ লাভ কৰিছিল এইবাৰ খেলুৱৈ সকলে। স্বাধীনোত্তৰ ভাৰতৰ ভিতৰত এয়াই প্ৰথম। নাবাৰ্ডৰ সৈতে হোৱা চুক্তিয়ে অসমৰ ক্ৰীড়া জগতক আগুৱাই লৈ যোৱাত সহায় কৰিব।”

ইপিনে, ৪০ খন আঞ্চলিক পৰ্য্যায়ৰ ষ্টেডিয়াম আৰু জিলা পৰ্য্যায়ত ১০ খন ষ্টেডিয়ামৰ পৰিকল্পনা ৰাজ্য চৰকাৰে হাতত লোৱা বুলি উল্লেখ কৰি কোঁৱৰে কয়, “গ্ৰাম্য অঞ্চলৰ প্ৰতিভা সমূহক উলিয়াই অনাৰ বিশেষ ব্যৱস্থা লোৱা হৈছে। গ্ৰাম্য অঞ্চলতো অলিম্পিক শিৱিৰ অনুষ্ঠিত কৰা হ’ব।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd