• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ প্ৰাণকেন্দ্ৰত সূচনা নাগৰিকত্ব বিধেয়ক বিৰোধী ১মটো প্ৰতিবাদ, যন্তৰ মন্তৰত অসমৰ ৭০টা সংগঠন

ৰাজীব ৰয় by ৰাজীব ৰয়
December 9, 2018 9:05 pm
70 Ethnic Organizations of Assam Staging a hunger Strike against Citizenship (Amendment) Bill 2016 at New Delhi on 09-12-18. Pix BY UB Photos

নতুন দিল্লীৰ যন্তৰ মন্তৰত দেওবাৰে অসমৰ ৭০টা সংগঠনৰ প্ৰতিবাদ। ছবি- নৰ্থ ইষ্ট নাও।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি চৰকাৰ উত্থাপিত বিতৰ্কিত নাগৰিকত্ব বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে দেশৰ ৰাজধানীত ১মটো প্ৰতিবাদৰ সূচনা কৰি দেওবাৰে পুৱাৰ পৰা সংসদৰ ৩ কি.মি. দূৰত্বত অৱস্থান গ্ৰহণ কৰিছে অসমৰ ৭০টা সংগঠনে।

অহা ১১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশনত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিধেয়কখনে বহন কৰা ক্ষতিশংকা দেশবাসীক “অৱগত” কৰাৰ উদ্দেশ্যে এই অনিৰ্দিষ্টকালীন অনশন ঘোষণা কৰিছে অসমৰ সংগঠনকেইটাই।

Apply Now

প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাইকে ধৰি প্ৰত্যেকটো সংগঠনৰ দুজনকৈ নেতৃত্ব উপস্থিত আছে।

অসমৰ সংগঠনকেইটাৰ প্ৰতিবাদথলীত ১ম দিনাই উপস্থিত হৈ “সহমৰ্মিতা” জ্ঞাপন কৰে স্বৰাজ অভিযান তথা দলৰ নেতা য়’গেন্দ্ৰ য়াদৱে।

“সংবিধানবিৰোধী” এই বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ দেশবাসী আৰু ৰাজনৈতিক দলকে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনাইছে অসমৰ “জাতীয়-জনগোষ্ঠীয়-সংখ্যালঘু” সংগঠনকেইটাই।

“ভাৰতীয় সংবিধানৰ স্বাৰ্থত, ইয়াৰ নৈতিক আৰু আইনী বিশুদ্ধতা ৰক্ষা আৰু অসম আৰু ই্য়াৰ আৱাসীসকলক আন এক দীঘলীয়া সামাজিক আৰু ৰাজনৈতিক অস্থিৰতাৰ পৰা সুৰক্ষিত কৰাৰ বাবে নাগৰিকত্ব বিধেয়কৰ তৎকালীন বাতিলকৰণৰ দাবীত আমি অসমৰ ৭০টা সংগঠনৰ উমৈহতীয়া মঞ্চই আজিৰ পৰা অনশন আৰম্ভ কৰিছো,” নৰ্থ ইষ্ট নাও-ক জনালে উমৈহতীয়া মঞ্চ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে।

বিধেয়কখন সন্দৰ্ভত শাসনাধীন বিজেপি দলে অসমৰ ৰাইজক “বিপথে” পৰিচালিত কৰিছে বুলিও মন্তব্য কৰিছে গগৈয়ে।

ৰাজীব ৰয়

ৰাজীব ৰয়

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd