• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোৱালপাৰাত জিলা পৰিষদ গঠনৰ দিশে কংগ্ৰেছ; বিজেপিৰ ৩খন, অগপ ০

নীলমণি শৰ্মা by নীলমণি শৰ্মা
December 15, 2018 2:53 pm
Congress-1assam

প্ৰতিনিধিত্বমূলক ছবি।

399
VIEWS
Share on FacebookShare on Twitter

একক সংখ্যাগৰিষ্ঠতা নাপালেও সৰ্বাধিক আসন পোৱাৰ বলত গোৱালপাৰা জিলা পৰিষদ দখলৰ কুছকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছে।

ইতিমধ্যে আটাইকেইখন জিলা পৰিষদৰ আসনৰ ফলাফল ঘোষিত হোৱা জিলাখনত মুঠ ১৬খন আসনৰ ৭খনত বিজয় সাব্যস্ত কৰিছে বিৰোধী দল কংগ্ৰেছে।

শাসকীয় দল বিজেপিৰ লগতে এ আই ইউ ডি এফে আৰু  নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিছে ৩খনকৈ আসন। নিৰ্দলীয় প্ৰাৰ্থীৰ ভিতৰত এগৰাকী ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু আন এগৰাকী এ আই ইউ ডি এফ সমৰ্থিত প্ৰাৰ্থী৷

বিজয়ী প্ৰাৰ্থীসকল হৈছে– ভাচানীপাৰা জিলা পৰিষদত পাৰবিন ফৰিদা আহমেদ (কংগ্ৰেছ), দ্বাৰকাত পৱিত্ৰ ৰাভা (ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী), কুশধোৱাত কুশধ্বজ ৰংখ (বিজেপি), চুনাৰীত মেহেৰা খাতুন (কংগ্ৰেছ), কৃষ্ণাইত ববিতা বেগম (কংগ্ৰেছ), মাটিয়াত তন্দ্ৰা চাংমা (কংগ্ৰেছ), ৰংজুলিত দিগন্ত কুমাৰ মেধি (কংগ্ৰেছ), জলেশ্বৰত ফিৰোজা বেগম(এ আই ইউ ডি এফ), দদানত পৰ্চিয়া ৰংখ (এ আই ইউ ডি এফ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী), ধূপধাৰাত প্ৰহ্লাদ বসুমতাৰী (বিজেপি), শ্ৰীসূৰ্য্যগিৰীত শ্বৰিফা আহমেদ (নিৰ্দলীয়), আমবাৰীত বুলুন নেহাৰ জোদ্দাৰ(কংগ্ৰেছ), আগিয়াত ডেমজিয়া মাৰাক (কংগ্ৰেছ), বদাহপুৰত ৰূপালী ৰাভা (বিজেপি), টাকিমাৰীত আফতাবুল আম্বিয়া মোল্লা (এ আই ইউ ডি এফ) আৰু ৰাজমিতাত সুলোচন ৰাভা (এ আই ইউ ডি এফ)৷

জিলাখনত এখনো পৰিষদ দখল কৰিবলৈ সক্ষম নহ’ল শাসকীয় দল অগপই৷

Recent News

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd