DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ সৈতে অগপই গোপন বুজাবুজি কৰিছিল

উত্তম শইকীয়া by উত্তম শইকীয়া
December 14, 2018 10:13 pm
350
VIEWS
Share on FacebookShare on Twitter

‘বোকাখাতত গঁড় চিকাৰীক প্ৰাৰ্থীত্ব দিয়া আৰু কংগ্ৰেছ দলৰ সৈতে গোপন বুজাবুজি কৰাৰ বাবেই পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলে মুখ ঠেকেচা খাব লগা হ’ল।’ আজি বোকাখাতৰ এক সংবাদমেলত বিজেপিৰ বিষয়ববীয়াই এইদৰে মন্তব্য কৰে।

বোকাখাতৰ পুৱতি সাহিত্য ভৱনত আয়োজিত সংবাদমেলত দলটোৰ ৰাজ্যিক সম্পাদক দেৱ প্ৰতীম বৰাই অনাগত দিনত ড০ হিমন্ত বিশ্ব শৰ্মাই কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হ’লে বোকাখাত বিজেপিয়ে আদৰণি জনাব।

কাৰণ লোকসভা সমষ্টিটোত কংগ্ৰেছে চলাই অহা পৰিয়াল কেন্দ্ৰিক প্ৰভুত্বৰ অৱসান ঘটনাই উন্নয়ন তৰাম্বিত কৰিবলৈ ড০ শৰ্মাৰ দৰে সুনিপুণ ৰাজনীতিকৰ প্ৰয়োজন বুলি মন্তব্য কৰে বৰাই।

তাৰোপৰি ৰাজ্যিক সম্পাদক গৰাকীয়ে বিধায়ক হিচাপে বোকাখাতত অতুল বৰাই একোৱেই কৰিব নোৱাৰিলে বুলি কয়। তেওঁ কয় যে সোণোৱাল চৰকাৰে দিনা জনহিতকৰ কাৰ্যতেই সীমিত অতুল বৰাৰ উন্নয়ন।

আজিৰ সংবাদমেলত বিজেপিৰ দেৱ প্ৰদীপ বৰা, ৰাজ্যিক যুৱ মৰ্চাৰ সদস্য আকাশ ফুকন, ৰাজ্যিক সদস্য অনিমেষ শইকীয়া আৰু মণ্ডল সভাপতি জিতেন শৰ্মাই অংশ গ্ৰহণ কৰে।

Recent News

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

MS Dhoni Birhday

শুভ জন্মদিন কেপ্তেইন কুল

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd