• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংবাদ মাধ্যম মাতি লৈ বিহ খাই আত্মহত্যাৰ চেষ্টা আৰক্ষী জোৱানৰ : সংকটজনক অৱস্থাত চিকিৎসাধীন

বেংকৰ ঋণৰ বোজাৰ বাবেই আত্মহত্যাৰ পথ লৈছিল আৰক্ষী জোৱানে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 7, 2019 9:40 pm
Constable attempts suicide

আত্মহত্যাৰ চেষ্টা কৰা আৰক্ষী জোৱানজন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন আৰক্ষী জোৱানে আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত ৰাজহুৱা স্থানত বিহ খাই আত্মহত্যাৰ চেষ্টা চলায়। তাৰ বাবে তেওঁ আগতীয়াকৈ সংবাদ মাধ্যমক খবৰো দি লয়। বিয়লি প্ৰায় ৩ মান বজাত এই অতি ব্যতিক্ৰম ঘটনাটো ঘটে।

নজৰুল ইছলাম নামৰ আৰক্ষী জোৱানজনক পিছত আৰক্ষীয়ে সংকটজনক অৱস্থাত পাণবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত ভৰ্তি কৰে। পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমানেও সংকটমুক্ত হোৱা নাই আত্মহত্যা কৰোতেও চমক ৰাখি যাব বিচৰা জোৱানজন।

Apply Now

জোৱানজন নগাওঁ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত কৰ্মৰত আৰু তেওঁ কিয় আত্মহত্যাৰ চেষ্টা কৰিছিল এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই। নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এই কথা জানিবলৈ দিয়ে আৰক্ষী উপ-আয়ুক্ত পনজিৎ দুৱাৰাই।

আনহাতে, এটা ব্যক্তিগত সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি অনুসৰি নজৰুলে আত্মহত্যা কৰাৰ পূৰ্বে প্ৰায়কেইটা সংবাদ প্ৰতিষ্ঠানলৈ ফোন কৰি কেমেৰাৰ সন্মুখত আত্মহত্যা কৰিম বুলি কয়। তাৰ বাবে তেওঁলোকক দীঘলীপুখুৰীৰ পাৰৰ নিৰ্দিষ্ট স্থানলৈ আহিবলৈ অনুৰোধ জনাইছিল।

ঘটনাস্থলীত উপস্থিত হোৱা সাংবাদিকে জানিবলৈ দিয়ামতে, নজৰুলে কেমেৰাৰ সন্মুখত কৈছিল যে তেওঁৰ নগাঁৱত এটুকুৰা মাটি আছিল। বেংকৰ যথেষ্ট ঋণ থকা নজৰুলে এই মাটিটুকুৰা বিক্ৰী কৰি ঋণ পৰিশোধ কৰাৰ পৰিকল্পনা কৰিছিল।

কিন্তু তেওঁৰ মাটিখিনি যিজন লোকে ক্ৰয় কৰিছিল, তেওঁ টকা-পইচা নিদিয়াকৈ আৰু মাটিটুকুৰা দখল কৰি লয়।

আত্মহত্যাৰ চেষ্টা কৰাৰ পূৰ্বে জোৱানজনে বেংকৰ ঋণৰ বোজাৰ পৰা মুক্ত হ’ব নোৱাৰিয়ে জোৱানজনে আত্মহত্যাৰ পথ বাছি লোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

আত্মহত্যাৰ ঘোষণাৰে সাংবাদিকলৈ ফোন কৰাৰ পিছতে সাংবাদিকসকলে আৰক্ষীৰ শীৰ্ষ বিষয়ালৈ খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু তেতিয়াই জোৱানজনে পকেটৰ পৰা বিহৰ বটল এটা উলিয়াই খাই দিয়ে। ঘটনাটোৰ সময়ত উপস্থিত একাংশ লোকে জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই দুই মহিলা সাংবাদিকক থানালৈ নি ‘প্ৰহাৰ’ দিল্লী আৰক্ষীৰ

মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই দুই মহিলা সাংবাদিকক থানালৈ নি ‘প্ৰহাৰ’ দিল্লী আৰক্ষীৰ

September 3, 2026 5:48 pm
আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

September 3, 2026 5:06 pm
অতিষ্ঠ গৌৰৱ! ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে প্ৰদেশ কংগ্ৰেছে

অতিষ্ঠ গৌৰৱ! ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে প্ৰদেশ কংগ্ৰেছে

September 3, 2026 4:55 pm
২০২৫ চনত চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধে ৭০ হাজাৰৰো অধিক দুৰ্নীতিৰ অভিযোগ; শীৰ্ষত বেংক আৰু ৰে’লৱে

২০২৫ চনত চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধে ৭০ হাজাৰৰো অধিক দুৰ্নীতিৰ অভিযোগ; শীৰ্ষত বেংক আৰু ৰে’লৱে

September 3, 2026 4:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই দুই মহিলা সাংবাদিকক থানালৈ নি ‘প্ৰহাৰ’ দিল্লী আৰক্ষীৰ

মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই দুই মহিলা সাংবাদিকক থানালৈ নি ‘প্ৰহাৰ’ দিল্লী আৰক্ষীৰ

September 3, 2026 5:48 pm
আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

September 3, 2026 5:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd