• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কুমাৰপাৰাৰ হত্যাকাণ্ড : হত্যাকাৰীৰ ফটো মুকলি; প্ৰতিজনৰ সম্ভেদৰ বাবে ২৫,০০০ টকাকৈ পুৰস্কাৰ ঘোষণা

আৰক্ষীয়ে ৰাজহুৱা কৰা হত্যাকাৰীৰ ফটোত উত্তৰ ভাৰতীয় বৈশিষ্ট্যৰ চেহেৰা

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 16, 2019 7:02 pm
Kumarpara Killing

কুমাৰপাৰাৰ হত্যাকাণ্ডৰ সময়ৰ চি চি টিভিৰ ফুটেইজত পোৱা যুৱক দুজন।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ কুমাৰপাৰাত সংঘটিত হত্যাকাণ্ডটোত জড়িত ৫জন সন্দেহযুক্ত হত্যাকাৰীৰ সম্ভেদ দিওঁতালৈ ২৫ হাজাৰকৈ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে অসম আৰক্ষীয়ে।

দোকানখনৰ চি চি টিভিৰ ফুটেইজৰ পৰা দুজনৰ ফটো আৰক্ষীয়ে ইতিমধ্যে সংগ্ৰহ কৰিছে আৰু সেয়া ইতিমধ্যে ৰাজহুৱাও কৰিছে।

Apply Now

১২ ছেপ্টেম্বৰত শ্যাম ৰড নামৰ হাৰ্ডৱেৰ দোকানখনত সংঘটিত হত্যাকাণ্ডটোত দোকানৰ গাণনিক শ্যাম শৰ্মা নিহত হৈছিল। মালিকৰ সৈতে নাম আৰু উপাধি একে আছিল নিহত কৰ্মচাৰীজনৰ আৰু মালিকক টাৰ্গেট কৰি ভুলতে কৰ্মচাৰীজনক গুলীওৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক মালিকৰ নামো শ্যাম, গুলীত নিহত কৰ্মচাৰীৰ নামো শ্যাম; আততায়ীৰ টাৰ্গেটক লৈ বিমোৰত আৰক্ষী

দোকানৰ আন কৰ্মচাৰীয়ে জনোৱামতে, হত্যাকাৰী হিন্দীভাষী আছিল আৰু “শ্যামজী কৌন হ্যে” বুলি গুলীওৱাৰ আগত সুধিছিল। ছেণ্ডেল খুলি সোমাবলৈ কোৱাত ছেণ্ডেল খুলি সোমাইছিল হত্যাকাৰী।

আৰক্ষীয়ে ৰাজহুৱা কৰা ফটোকেইখনৰ কৰ্মচাৰীজনৰ এই বিৱৰণৰ সৈতে মিল দেখা যায়। ফটোকেইখন হত্যাকাৰীকেইজন দোকানখনৰ পৰা ওলাই যোৱা মুহূৰ্তৰ। এজনৰ ভৰিত ছেণ্ডেল দেখা যায় আৰু আনজন যুৱকক পিঠিত বেগ লৈ খালী ভৰিৰে দেখা যায়।

দুয়োজনেই চেহেৰা-পাতিত উত্তৰ ভাৰতীয় যেন অনুমান হয়।

ঘটনাটোৰ পৰিস্থিতি অধ্যয়ন আৰু বিশ্লেষণৰ পিছত আৰক্ষী আয়ুক্ত দীপক কুমাৰে ইয়াক ডকাইতিৰ ঘটনা নহয় বুলি স্পষ্ট কৰিছিল। তেওঁ হত্যাৰ উদ্দেশ্য লৈয়ে আততায়ী অহাৰ সন্দেহ প্ৰকাশ কৰিছিল।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd