• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম সাহিত্য সভাৰ নিৰ্বাচন; সভাপতি পদৰ বাবে কুলধৰ শইকীয়া, উপ সভাপতি পদৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ মাতৃয়ে দিলে মনোনয়ন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 4, 2019 4:10 pm
kuladhar Saikia

কুলধৰ শইকীয়া

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিলে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

শইকীয়াৰ লগতে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্তৰ পত্নী ডঃ জয়শ্ৰী গোস্বামী মহন্তয়ো সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে।

Apply Now

সাহিত্যিক পখিলা কলিতায়ো সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে।

আনহাতে, অসম চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়ে উপ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে। তেওঁৰ লগতে সাহিত্যিক ৰতিমোহন নাথে আৰু পদুমী গগৈয়ে উপ সভাপতি পদত মনোনয়ন দাখিল কৰে।

তদুপৰি, আজিৰ দিনটোত প্ৰধান সম্পাদকৰ পদৰ বাবে দেৱজিত বৰা, বৰ্তমানৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই মনোনয়ন পত্ৰ দাখিল কৰে।

উল্লেখযোগ্য যে, সভাপতি পদৰ বাবে মুঠ ৭ গৰাকী, উপ সভাপতি পদৰ বাবে ৪ গৰাকী আৰু প্ৰধান সম্পাদক পদৰ বাবে মুঠ ৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে।

শুকুৰবাৰে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী, মুখ্য নিৰ্বাচনী বিষয়া বিপ্লৱ কুমাৰ শৰ্মা আৰু নিৰ্বাচনী সমিতিৰ মুখপাত্ৰ বিজন মহাজনৰ উপস্থিতিত গুৱাহাটীৰ আমবাৰীস্থিত কাৰ্য্যালয়ত সভাপতি, উপ সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

বৃহস্পতিবাৰে সভাপতি পদৰ বাবে  ড০ বসন্ত কুমাৰ গোস্বামী, প্ৰহ্লাদ চন্দ্ৰ তাছা, সাহিত্যিক অধ্যাপিকা ড০ কৰবী ডেকা হাজৰিকা আৰু পদ্মশ্ৰী সুৰ্য্যকান্ত হাজৰিকাই মনোনয়ন দাখিল কৰিছিল।

উপ সভাপতি পদৰ বাবে ড০ বসন্ত কুমাৰ শৰ্মাই মনোনয়ন দাখিল কৰাৰ লগতে প্ৰধান সম্পাদক পদৰ বাবে হৰেন্দ্ৰ কলিতা আৰু যাদৱ চন্দ্ৰ শৰ্মাই মনোনয়ন দাখিল কৰিছিল।

৭ অক্টোবৰৰ তাৰিখলৈ মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব।

১২ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ পাছত প্ৰাথীৰ তালিকা ঘোষণা কৰা হ’ব।

১ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ অসম সাহিত্ব সভাৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া অব্যাহত থাকিব। জিলা আৰু শাখা সাহিত্য সভাসমূহে ডাকযোগে ভোটদান কৰিব লাগিব। ১৫ ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd