• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আৰক্ষীৰ অবিবেচক কাণ্ড : জধে মধে এনকাউন্টাৰৰ কৰা অসম আৰক্ষীয়ে প্ৰাণ ল’লে নিৰ্দোষী লোকৰ

কিন্তু শনিবাৰে দিনত এই কথা পোহৰলৈ আহে যে আৰক্ষীয়ে এনকাউন্টাৰৰ নামত হত্যা কৰা ব্যক্তিজন আচলতে ডকাইত হিচাপে অভিযুক্ত কেনাৰাম নহয়। আৰক্ষীয়ে কেনাৰাম বসুমতাৰী বুলি ভাবি গুলীয়াই হত্যা কৰে ডিম্বেশ্বৰ মু্ছাহাৰী নাম অন্য এজন ব্যক্তিকহে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2023 4:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীয়ে শেহতীয়াকৈ এনকাউণ্টাৰেৰে অসমত পুলিচৰাজ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে আন এক ভয়ানক কাণ্ড। বাৰে বাৰে ন্যায়ালয়ত মুখ থেকেচা খোৱাৰ পিছতো, বাৰে বাৰে সচেতন লোকসকলে আহ্বান কৰি অহাৰ পিছতো অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলৈ এৰা নাই।

ন্যায় ব্যৱস্থালৈ কেৰেপ নকৰি এনকাউণ্টাৰেৰে চমক সৃষ্টি কৰি জনসাধাৰণৰ আশ্বাসৰ পাত্ৰ হ’ব খোজা অসম আৰক্ষীৰ হাতত এইবাৰ প্ৰাণ গ’ল আকৌ এজন সাধাৰণ নাগৰিকৰ। ডকাইটিৰ গোচৰত অভিযুক্ত ওদালগুৰিৰ কেনাৰাম বসুমতাৰীক গুলী কৰি হত্যা কৰিব খোজা আৰক্ষীৰ গুলীত কেনাৰাম বসুমতাৰীৰ সলনি প্ৰাণ হ’ল ডিম্বেশ্বৰ মুছাহাৰী নামৰ এগৰাকী নীৰিহ লোকৰ।

Apply Now

উল্লেখ্য যে যোৱা শুক্ৰবাৰে নিশা ডকাইটিৰ গোচৰত অভিযুক্ত কেনাৰাম বসুমতাৰী আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱা বুলি সংবাদ মাধ্যমত খবৰ বিয়পি পৰিছিল। কিন্তু শনিবাৰে দিনত এই কথা পোহৰলৈ আহে যে আৰক্ষীয়ে এনকাউন্টাৰৰ নামত হত্যা কৰা ব্যক্তিজন আচলতে ডকাইত হিচাপে অভিযুক্ত কেনাৰাম নহয়। আৰক্ষীয়ে কেনাৰাম বসুমতাৰী বুলি ভাবি গুলীয়াই হত্যা কৰে ডিম্বেশ্বৰ মু্ছাহাৰী নাম অন্য এজন ব্যক্তিকহে।

উল্লেখ্য যে ডিম্বেশ্বৰ মুছাহাৰী হৈছে এগৰাকী সাধাৰণ দৰিদ্ৰ নাগৰিক। ডকাইটিৰ সৈতে কোনো সম্পৰ্ক নাই ডিম্বেশ্বৰ মুছাহাৰীৰ। আৰক্ষীৰ অতপালিত প্ৰাণ হেৰুওৱা ডিম্বেশ্বৰ মুছাহাৰী পৰিয়ালটোত এতিয়া শোকৰ বন্যা।

এতিয়া প্ৰশ্ন হয়, আৰক্ষী কিম্বা চৰকাৰে এতিয়া কি উত্তৰ দিব ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালটোৰ আগত? এনকাউণ্টাৰক সমৰ্থন কৰা চৰকাৰ কিম্বা সাধাৰণ জনতাই কি ক’ব এই ঘটনাৰ পিছত? এই মুহূৰ্তত এই প্ৰশ্নই উত্থাপন হৈছে সকলোৰে মনত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd