• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোটগণনাৰ পূৰ্বে কোকৰাঝাৰত বিশাল অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ; বেংক ডকাইতিত জড়িত যুৱকক আটক

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 2, 2021 6:18 am
Arms-recovered-in-Bodoland-1140x570

কোকৰাঝাৰত ৰাজ্যৰ বিশেষ ডিজিপি এল আৰ বিষ্ণইৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভোট গণনাৰ প্ৰাক্ক্ষণত কোকৰাঝাৰ আৰক্ষীয়ে জিলাখনৰে উল্টাপানী সংৰক্ষিত বনাঞ্চলৰ দীঘলীপাৰৰ ৰাইড নং ৪ আৰু ৫ ত অভিযান চলাই বিশাল অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শনিবাৰে সন্ধিয়া এক সংবাদমেল যোগে এই কথা সদৰী কৰিছে বিটিআৰৰ বিশেষ আৰক্ষী সঞ্চালক এল আৰ বিষ্ণইয়ে ৷ উদ্ধাৰকৃত অস্ত্ৰ শস্ত্ৰৰ ভিতৰত আছে তিনিটা একে ৫৬ ৰাইফল,এটা মেগজিন আৰু ৬৫ ৰাউণ্ড সজীৱ গুলী ৷

Apply Now

সংবাদমেলত বিটিআৰৰ আইজিপি এল আৰ বিষ্ণুই শ্ৰীৰামপুৰত যোৱা ২৬ এপ্ৰিলত বন্ধন বেংকৰ পৰা পাঁচ লাখ টকা লুটি নিয়া অস্ত্ৰধাৰী গোটটোৰ ব্যবহৃত অস্ত্ৰ শস্ত্ৰ আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

এক গোপন সূত্ৰ অনুসৰি কোকৰাঝাৰ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথৰ নেৰ্তৃত্বত অভিযান চলাই উক্ত অস্ত্ৰ শস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি সংবাদমেলত সদৰি কৰিছে ৷

উল্লেখ্য যে ইতিমধ্যে আৰক্ষীয়ে শুকুৰবাৰে নিশা বন্ধন বেংকত ডকাইতি কাণ্ডত জড়িত প্ৰাজীৱ শীল বসুমতাৰী(১৯)ক আটক কৰাৰ লগতে এটা ৭’৬৫ পিষ্টল আৰু বলেৰো গাড়ী এখনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷

বন্ধন বেংকৰ ডকাইতি কাণ্ডত জড়িত আৰু বৰ্তমান পলাতক অৱস্থাত থকা সৌৰাং নাৰ্জাৰী সহ আন তিনিজনকো অচিৰে আটক কৰিব পৰা যাব বুলি সংবাদমেলত সদৰি কৰিছে ৷

সংবাদমেলত জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশান, উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথ উপস্থিত আছিল।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm
অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

September 22, 2026 11:46 am
ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

September 22, 2026 11:35 am
চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

September 22, 2026 11:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm
অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

September 22, 2026 11:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd