DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

ভুৱা সুত্ৰই যোগান ধৰা ভুৱা তথ্যৰ ভিত্তিত ইনামুলক আটক কৰি সোধা-পোছা "স্মাৰ্ট" গুৱাহাটী আৰক্ষীৰ

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
July 3, 2022 6:37 am
128
VIEWS
Share on FacebookShare on Twitter

No link with Terror outfit শুকুৰবাৰে বিয়লি ভাগৰ এটা খবৰ “মহানগৰীত গ্ৰেপ্তাৰ জামাতুল মুজাহিদিনৰ সদস্য (জেহাদী)!”।

মহানগৰীৰ গণেশগুৰিৰ দিছপুৰ গেষ্ট হাউছৰ পৰা জেহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত আটক কৰা হৈছিল ইনামুল হক নামৰ গেষ্ট হাউছটোৰ মেনেজাৰক ৷

কিন্তু নিশাজোৰা আৰক্ষী শীৰ্ষ বিষয়াই চলোৱা জেৰাৰ পাছতো জেহাদীৰে কোনো লিংক উলিয়াব নোৱাৰিলে ইনামুলৰ।

লগতে পঢ়ক: অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

অৱশেষত শনিবাৰে পুৱতি নিশাই স-সন্মানৰে নিজৰ ঘৰলৈ যাবলৈ দিয়া হয় ইনামুলক।

অৰ্থাৎ আৰক্ষীক কোনোৱে ইনামুলৰ বিৰুদ্ধে ভুৱা খবৰ বা তথ্য প্ৰদান কৰিছিল। যাৰ সত্য সত্যতা বিচাৰ নকৰি স্মাৰ্ট মহানগৰ আৰক্ষীয়ে জেহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত আটক কৰি ওৰে নিশা জেৰা চলাই অযথা হাৰাশাস্তি প্ৰদান কৰাহে দেখিবলৈ পোৱা গ’ল।

DCP সুধাকৰ সিঙে সংবাদ মাধ্যমক জনোৱা অনুসৰি “প্ৰতিশোধ পূৰণৰ বাবেহে পৰিকল্পিতভাৱে ইনামূলক  ফঁচাবলৈ চেষ্টা কৰিছিল কোনোৱে৷ জেহাদীৰ ভুৱা পেড বনাই আৰক্ষীকো বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছিল।”

লগতে পঢ়ক: ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

উল্লেখ্য যে, ইনামূলক আটক কৰি আৰক্ষীৰ পূব সংমণ্ডলৰ কাৰ্যালয়ত আনি নিশা জেৰা চলাইছিল মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তসহ কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়াই৷ 

Recent News

নৰ্থ ইষ্ট নাওৰ বাতৰি প্ৰভাৱ: জীৰমিকা তিমুংপিৰ সন্ধান লাভ কৰি নগাঁওৰ পৰা লৈ গ’ল বায়েক গ্ৰেছলিয়ে

নৰ্থ ইষ্ট নাওৰ বাতৰি প্ৰভাৱ: জীৰমিকা তিমুংপিৰ সন্ধান লাভ কৰি নগাঁওৰ পৰা লৈ গ’ল বায়েক গ্ৰেছলিয়ে

দল আৰু চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হিতাধিকাৰী ব্যৱস্থা বন্ধ হওক; সৰ্বোচ্চ আদালতৰ সিদ্ধান্তক আদৰণি মানৱ অধিকাৰ কর্মীৰ

দল আৰু চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হিতাধিকাৰী ব্যৱস্থা বন্ধ হওক; সৰ্বোচ্চ আদালতৰ সিদ্ধান্তক আদৰণি মানৱ অধিকাৰ কর্মীৰ

independence day Hiren Gohain

ৰাষ্ট্ৰৰ মালিক যেন জনসাধাৰণ নহয়, ক্ষমতাশালী মহলহে যেন ইয়াৰ মালিক! মন্তব্য ড০ হীৰেন গোহাঁইৰ

Shashi Tharoor: কংগ্ৰেছ সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অফ অনাৰ’

Shashi Tharoor: কংগ্ৰেছ সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অফ অনাৰ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd