• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এছ আইৰ লিখিত পৰীক্ষা : চোৰ গ’লেহে বুদ্ধি! অসম আৰক্ষীক শীঘ্ৰেই চোৰ ধৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 20, 2020 3:42 pm
Sarbananda-Sonowal-1140x570

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

342
VIEWS
Share on FacebookShare on Twitter

আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক নতুন দিল্লীৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কঠোৰ নিৰ্দেশ।

এই নিযুক্তি প্ৰক্ৰিয়া ব্যৰ্থ কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হোৱা চক্ৰটোকো শীঘ্ৰে চিনাক্ত কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।

উল্লেখযোগ্য যে, ছ’চিয়েল মেডিয়াত দেওবাৰে পুৱাৰ ভাগতে প্ৰশ্ন কাকত ফাদিল হোৱা বাবেই বাতিল হ’ল এই লিখিত পৰীক্ষা।

আজি দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা।

মুঠ ৫৯৭ টা পদৰ বাবে অনুষ্ঠিত হোৱাৰ কথা আছিল এই পৰীক্ষা। কিন্তু দুৰ্ভাগ্যৰ বিষয় অথন্তৰে লগ নেৰা অসম আৰক্ষীৰ এই পৰীক্ষাও বাতিল হ’বলগীয়া হ’ল।

ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

এই পৰীক্ষা বাতিল হোৱাৰ বাবে আবেদন কৰা বহু নিবনুৱা যুৱক-যুৱতী হতাশ হোৱা বুলি জানিব পৰা গৈছে। ছ’চিয়েল মেডিয়াযোগে বহুতে এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

কিছুদিন পূৰ্বে ছ’চিয়েল মেডিয়াত আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে ৪ লাখ টকাৰ উৎকোচ বিচৰা এক টেলিফোনিক অডিঅ’ ক্লিপ ভাইৰেল হৈছিল।

ইতিমধ্যে, যোৱা ১২ ছেপ্টেম্বৰত অসম আৰক্ষীত উপ-পৰিদৰ্শকৰ চাকৰি দিয়াৰ নামত টকা বিচাৰি প্ৰৱঞ্চনাৰ জাল পেলোৱা প্ৰৱঞ্চক মনোজ তামুলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

চাকৰিৰ ক্ষেত্ৰত থলুৱা মহিলাসকলে লাভ কৰিব ৩৫ শতাংশ সংৰক্ষণ : ঘোষণা বিহাৰ চৰকাৰৰ

চাকৰিৰ ক্ষেত্ৰত থলুৱা মহিলাসকলে লাভ কৰিব ৩৫ শতাংশ সংৰক্ষণ : ঘোষণা বিহাৰ চৰকাৰৰ

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd