• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসম আৰক্ষীৰ ‘নিৰ্যাতন’: আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী অধীক্ষকৰ নাম অভিযোগনামাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ হাইকোৰ্টৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2025 3:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ পাছত ২০২৩ চনত আত্মহত্যাৰ পথ বাছি লোৱা দীপাংকৰ গগৈৰ পৰিয়ালক গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু যোৰহাটৰ আৰক্ষী অধীক্ষকক অভিযোগনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। গগৈৰ ভগ্নী ৰিমলী গগৈ শইকীয়াই দাখিল কৰা ফৌজদাৰী ৰিট আবেদনত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত তেওঁৰ গোচৰত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু যোৰহাটৰ আৰক্ষী অধীক্ষকক প্ৰয়োজনীয় পক্ষ হিচাপে নাম উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, শনিবাৰে (২ এপ্ৰিল, ২০২৫) ন্যায়াধীশ মানস ৰঞ্জন পাঠক আৰু ন্যায়াধীশ মালাশ্ৰী নন্দীৰ যৌথ বিচাৰপীঠে জাৰি কৰা এই আদেশ তিতাবৰ আৰক্ষী থানাৰ গোচৰ নং ১৩২/২০২৩ৰ সৈতে জড়িত।

Apply Now

অসম চৰকাৰৰ গৃহ সচিবক মূল ফৰেনছিক প্ৰমাণ দাখিল কৰিবলৈও আদালতে এক নিৰ্দেশ জাৰি কৰিছে। এই আদেশত শুনানিৰ পৰৱৰ্তী তাৰিখত মৃতকৰ অন্তঃস্থলীৰ ওপৰত এফ এছ এল (ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ) প্ৰতিবেদন দাখিলৰ লগতে চূড়ান্ত মৰণোত্তৰ প্ৰতিবেদন দাখিল কৰাটো বাধ্যতামূলক কৰা হৈছে।

যোৰহাট জিলাৰ তিতাবৰ থানাৰ অন্তৰ্গত গাৰিকুৰি গাঁৱৰ বিৰিনাছায়েক নিবাসী ৰিমলি গগৈ শইকীয়াই W.P.(Crl.)/11/2025 নম্বৰৰ গোচৰটো দাখিল কৰিছে। এই গোচৰৰ বৰ্তমানৰ ৰেছপনডেণ্টসকলৰ ভিতৰত আছে অসম চৰকাৰ, তেতিয়াৰ যোৰহাটৰ এছ পি মোহনলাল মীনা, তেতিয়াৰ তিতাবৰৰ এছ ডি পি অ’ কাকলি পাটগিৰি, তিতাবৰৰ পি এছৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মণ কুমাৰ দাস, আৰু গোচৰৰ আই অ’ মিৰাজ দ’লে।

এই গোচৰত প্ৰধান অভিযুক্ত হৈছে আই পি এছ বিষয়া মোহন লাল মীনা, যি তেতিয়া যোৰহাটৰ এছ পি আছিল। আৰক্ষীয়ে দাখিল কৰা চূড়ান্ত প্ৰতিবেদনৰ আপত্তিত দাখিল কৰা প্ৰতিবাদী আৱেদনত ৰিমলী গগৈ শইকীয়াই অভিযোগ কৰে যে তেওঁৰ ভাতৃ দিপাংকৰক ২০২৩ চনৰ ২২ ডিচেম্বৰত কোনো কাৰণ নোহোৱাকৈ আৰক্ষীয়ে লৈ গৈছিল।

২০২৩ চনৰ ১৪ ডিচেম্বৰত লিচুবাৰীত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ বাবে তদানীন্তন এছ পি মীনাই নিজৰ চাৰ্ভিচ পিষ্টল দিপাংকৰৰ মূৰলৈ আঙুলিয়াই দিপাংকৰৰ দায়িত্ব স্বীকাৰ কৰিবলৈ বাধ্য কৰা বুলি অভিযোগ কৰিছিল।

২০২৩ চনৰ ২৬ ডিচেম্বৰত তেওঁলোকৰ ঘৰৰ পিছফালৰ বাৰীত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল দিপাংকৰৰ মৃতদেহ। আৰক্ষীৰ নিৰ্যাতনৰ বাবে ভাতৃয়ে এই চৰম পদক্ষেপ লোৱাৰ অভিযোগ ৰিমলী শইকীয়াৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd