• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাছাৰ আৰু নগাঁও কাগজ কলত ৪১৪১ কোটি টকীয়া বিয়াগোম কেলেংকাৰীৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
February 22, 2022 2:58 pm
scam in Cachar and Nogaon paper mills
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাছাৰ আৰু নগাঁও কাগজ কলত ৪১৪১ কোটি টকীয়া বিয়াগোম কেলেংকাৰীৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

বিজেপি চৰকাৰৰ আমোলত কাছাৰ আৰু নগাঁও কাগজ কলত ৪,১৪১ কোটি টকীয়া বিয়াগোম কেলেংকাৰীৰ অভিযোগ তুলিছে অসম প্ৰদেশ কংগ্ৰেছে।

Apply Now

আজি এক সংবাদ মেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছে এই কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে। প্ৰদেশ কংগ্ৰেছৰ অভিযোগ অনুসৰি ২০১৪-১৫ চনৰ পৰা ৪ বছৰলৈ কাগজ কল দুটাৰ বাবে এই ধনৰাশি আৱন্টন দিয়া হৈছিল।

কাছাৰ আৰু নগাঁও কাগজ কলৰ বাবে মুঠ ৪,১৪১ কোটি টকা আৱন্টন দিয়া হৈছে বুলি চৰকাৰী পক্ষই সংসদত সদৰি কৰিছিল।

কিন্তু এই বৃহৎ পুঁজি আৱন্টন দিয়াৰ পিছতো কাছাৰ আৰু নগাঁও কাগজ কল কিয় বন্ধ হ’বলগীয়া বুলি প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছে।

আৱন্টিত পুঁজি কাছাৰ আৰু নগাঁও কাগজ কলে লাভ কৰাৰ পূৰ্বেই আত্মসাত কৰাৰ অভিযোগ তুলিছে প্ৰদেশ কংগ্ৰেছে।

এই বিয়াগোম কেলেংকাৰীৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে।

আনহাতে সংবাদ মেলত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ শৰ্মাই ২০২১ চনৰ মে’ মাহত কাগজ কল দুটাৰ বাবে ১১৩৯ কোটি টকা মূল্য নিৰ্ধাৰণ কৰা হৈছিল।

কিন্তু এইবাৰ কোনো বনিয়াৰ স্বাৰ্থত পুনৰ মূল্য হ্ৰাস কৰি ৪২৯ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে।

বনিয়াৰ স্বাৰ্থতে বিজেপি চৰকাৰৰ আমোলত কাছাৰ আৰু নগাঁও কাগজ কলক লৈ কুটিল ষড়যন্ত্ৰ চলিছে বুলি অভিযোগ কৰে।

কাগজ কল দুটাত উৎপাদনৰ সুযোগ থকা সত্ত্বেও কমিছনৰ অংকতে নিবিদা মূল্য হ্ৰাস কৰিছে বুলিও কংগ্ৰেছে অভিযোগ উত্থাপন কৰে।

চমক সৃষ্টি কৰি ৱাহ ৱাহ লোৱা বিজেপি চৰকাৰে কেবিনেটত পিঠা লাড়ু খোৱা সিদ্ধান্ত ল’লেও ঐতিহাসিক সিদ্ধান্ত আখ্যা দিয়ে।

কিন্তু বিজেপি চৰকাৰৰ দিনত দুয়োটা কাগজ কলৰ ১০০ জন কৰ্মচাৰীৰ চিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ পিছতো চৰকাৰৰ গা নলৰিল বুলি উল্লেখ কৰি চৰকাৰক ধিক্কাৰ জনায় কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd