• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ,বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ মুক্তিৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ  অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজৰ

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , April 28, 2020 6:09 pm

1 min read

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ,বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ মুক্তিৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ  অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজৰ
6.6k
VIEWS
Share on FacebookShare on Twitter

দেশদ্ৰোহৰ গোচৰত বিগত কেইবামাহো কাৰাৰুদ্ধ হৈ থাকিবলগীয়া হোৱা কৃষক নেতা অখিল গগৈৰ লগতে ধৈৰ্য্য কোঁৱৰ, মানস কোঁৱৰ, বিতু সোণোৱালৰ মুক্তিৰ দাবীৰে আজি টীয়ক ৰাজহ চক্ৰ বিষয়াৰ যোগেদি ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজৰ কেন্দ্ৰীয় উপদেষ্টা মনোজ গগৈয়ে ৷

স্মাৰকপত্ৰ খনত মনোজ গগৈয়ে ক’ভিড-১৯-ৰ সংক্ৰমণ নিয়ন্ত্ৰণত চৰকাৰে গ্ৰহণ কৰা ভূমিকাক প্ৰশংসা জনোৱাৰ সমান্তৰালভাৱে ষড়যন্ত্ৰমূলকভাৱে এটাৰ পিছত এটাকৈ নানান গোচৰত কৃষক নেতা অখিল গগৈকে ধৰি বহুকেইজন সংগ্ৰামী নেতাক গ্ৰেপ্তাৰ কৰি চৰকাৰে জনগণৰ যি বাক স্বাধীনতা প্ৰতিহত কৰিব বিচৰিছে সেই  কৰ্মক ধীক্কাৰ জনায়।

আনহাতে, স্মাৰকপত্ৰখনত গগৈয়ে অতি শীঘ্ৰে অসমৰ বিভিন্ন সমস্যা লৈ প্ৰতিবাদ সাব্যস্ত কৰি অহা প্ৰতিবাদকাৰী সকলক মুক্তি কৰি দিয়াৰ দাবী উত্থাপন কৰে।

কৃষক নেতা অখিল গগৈক মুকলি কৰি দিবলৈ খিলঞ্জীয়া মঞ্চ অসমৰ মুখ্য আহ্বায়ক তথা আলফা নেতা অনুপ চেতিয়ায়ো চৰকাৰলৈ আহ্বান জনাইছিল।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বিৰোধী আন্দোলনত বলিষ্ঠ ভুমিকা গ্ৰহণ কৰা অখিল গগৈ যোৱা বৰ্ষৰ ১৬ ডিচেম্বৰৰ পৰা কাৰাবন্দী হৈ আছে।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd