• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তামিলনাডু, মুম্বাইৰ আৰ্হিৰে ২০২০ চনত অসম প্ৰিমিয়াৰ লীগ; স্থানীয় খেলুৱৈয়ে পাব প্ৰতিভা বিকাশৰ সুযোগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 28, 2019 4:46 pm

1 min read

asa112

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

2.1k
VIEWS
Share on FacebookShare on Twitter

তামিলনাডু আৰু মুম্বাই প্ৰিমিয়াৰ লীগৰ আৰ্হিৰে অসম ক্ৰিকেট সন্থাই ২০২০ চনৰ ফেব্ৰুৱাৰি মাহত আৰম্ভ কৰিব অসম প্ৰিমিয়াৰ লীগ।

টি-২০ আৰ্হিত অনুষ্ঠিত হ’বলগীয়া প্ৰিমিয়াৰ লীগখনত মুঠ ছয়টা দলে প্ৰতিদ্বন্দ্বিতা কৰিব।

অসম প্ৰিমিয়াৰ লীগ সন্দৰ্ভত সংবাদ মেলত মত ব্যক্ত কৰি অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই ১৮ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখনত ছয়টা দলে ১৫ দিনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি কয়।

আই পি এল আৰু অন্য ৰাজ্যৰ প্ৰিমিয়াৰ লীগৰ আৰ্হিত অনুষ্ঠিত হ’বলগীয়া প্ৰিমিয়াৰ লীগখনত স্থানীয় খেলুৱৈসকলে অংশগ্ৰহণ কৰিব আৰু তেওঁলোকক নিলাম যোগে ক্ৰয় কৰা হ’ব।

‘‘আমি ইতিমধ্যে বি চি চি আইৰ সৈতে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ সম্পৰ্কত আলোচনা অব্যাহত ৰাখিছো যাতে উত্তৰ-পূবৰ অন্য ৰাজ্যৰ খেলুৱৈসকলেও প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰে’’-শইকীয়াই কয়।

অসম প্ৰিমিয়াৰ লীগ নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে এখন বিশেষ পৰিচালনা সমিতি গঠন কৰা হৈছে।

অসম প্ৰিমিয়াৰ লীগে ৰাজ্যৰ উঠি অহা ক্ৰিকেট প্ৰতিভা চিনাক্তকৰণ আৰু বিকাশত বিশেষভাৱে সহায় কৰিব বুলি আয়োজক মহলে আশা কৰিছে।

Recent News

aa del

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd