DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, February 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Covid Update: ৰাজ্যত ২৪ ঘন্টাত নতুনকৈ কিমান লোক আক্ৰান্ত হ’ল কোভিডত,মৃত্যু কিমানৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 31, 2022 6:50 am
covid-vaccine_202108215775-711x375
126
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা কিছু হ্ৰাস পাইছে যদিও মৃত্যুৰ সংখ্যাই উদ্বেগ অব্যাহত ৰাখিছে। তদুপৰি, দেওবাৰৰ দিনটোত কোভিড টেষ্টৰ সংখ্যাও যথেষ্ট কম আছিল।

আনহাতে, যোৱা ২৪ ঘন্টাত পজিটিভিটিৰ হাৰ সামান্য বৃদ্ধি পাইছে যদিও সুস্থতাৰ হাৰো সামান্য বৃদ্ধি পাইছে।

দেওবাৰৰ দিনটোত ৰাজ্যখনত মুঠ ৯১০গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। শনিবাৰে ৰাজ্যত  মুঠ আক্ৰান্ত হৈছিল ২২৯৪গৰাকী লোক।

লগতে পঢ়ক: মাতাল অৱস্থাত মোদীক টুইট কৰি কিয় বিপদ চপাই লৈছিল? নতুন শ্বো-ত সদৰী কৰিলে কপিল শৰ্মাই

ইপিনে, বিগত ২৪ ঘন্টাত অকল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ৩৫৭গৰাকী লোক।

দেওবাৰে ৰাজ্যখনত মুঠ ১৩,১০০গৰাকী লোকৰ কোভিড টেষ্ট কৰা হয়। শনিবাৰে কোভিড টেষ্ট কৰা হৈছিল মুঠ ৩৫,৭৭৭ গৰাকী লোকৰ ।

দেওবাৰৰ দিনটোত পজিটিভিটিৰ হাৰ হৈছে ৬.৯৫ শতাংশ।

Summary of 30/01/2022

Today’s Total 910

Overall Positivity Percentage (910 cases out of 13,100 test done = 6.95%)

Kamrup(M) 357

Death 20

Recovery Rate 95.77%

— Keshab Mahanta (@keshab_mahanta) January 30, 2022

সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯৫.৭৭ শতাংশ।

ইপিনে, বিগত ২৪ ঘন্টাত ৰাজ্যখনত কোভিডত ২০জন লোকৰ মৃত্যু ঘটিছে।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd