• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলত সেনা, আৰক্ষী আৰু অসম ৰাইফলছৰ অভিযানত দুজন এন এছ চি এন(আৰ) কেডাৰ আটক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 20, 2020 7:09 pm

1 min read

অৰুণাচলত সেনা, আৰক্ষী আৰু অসম ৰাইফলছৰ অভিযানত দুজন এন এছ চি এন(আৰ) কেডাৰ আটক

আটক হোৱা কেডাৰ দুগৰাকী

391
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয়ে সেনা বাহিনীৰ নেতৃত্বত অসম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীয়ে অভিযানত চলাই ১৯ জুনত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ খাংখোত দুগৰাকী এন এছ চি এন(আৰ) কেডাৰক আটক কৰে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই অভিযানকাৰী দলটোৱে এন এছ চি এন কেডাৰ দুজনক আটক কৰিবলৈ সক্ষম হয়।

অভিযানকালত আটক হোৱা এন এছ চি এন(আৰ) কেডাৰ দুগৰাকী ক্ৰমে এছ এছ প্ৰাইভেট থুংগচম নেগমু আৰু এছ এছ প্ৰাইভেট ৱাংফিক খোহোই বুলি চিনাক্ত কৰা হয়।

অৰুণাচল প্ৰদেশ আৰক্ষীয়ে আটকাধীন এন এছ চি এন (আৰ) কেডাৰ দুগৰাকীয়ে জিলাখনত উগ্ৰবাদী কাৰ্য্যকলাপ সক্ৰিয় কৰাত জড়িত হৈ আছিল বুলি জানিবলৈ দিয়ে।

আনহাতে, অভিযানৰ সময়ত সেনা বাহিনী আৰু অসম ৰাইফলছৰ দলটোৱে আটক হোৱা উগ্ৰপন্থী দুজনৰ পৰা এটা পইণ্ট ২২ পিষ্টল, এটা ৭.৬৫ এম এম পিষ্টল আৰু সাত জাঁই সজীৱ গুলী জব্দ কৰে।

অভিযানকাৰী দলটোৱে আটক হোৱা এন এছ চি এন(আৰ) কেডাৰ দুজনৰ লগতে জব্দ হোৱা অস্ত্ৰ-শস্ত্ৰ খিনি চাংলাং আৰক্ষী থানাৰ হাতত গটাই দিয়ে।

আৰক্ষীয়ে বৰ্তমান অধিক তথ্যৰ বাবে কেডাৰ দুগৰাকীক জেৰা অব্যাহত ৰাখিছে।

Recent News

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd