• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সৰ্বভাৰতীয় আৰ্চাৰি প্রতিযোগিতাত অসম ৰাইফলছৰ দল চেম্পিয়ন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 24, 2019 8:38 am

1 min read

সৰ্বভাৰতীয় আৰ্চাৰি প্রতিযোগিতাত অসম ৰাইফলছৰ দল চেম্পিয়ন
1.7k
VIEWS
Share on FacebookShare on Twitter

পশ্চিমবংগৰ শিলিগুৰিত অনুষ্ঠিত অষ্টম সৰ্বভাৰতীয় আৰক্ষী আৰ্চাৰি চেম্পিয়নশ্বিপত পুৰুষৰ শাখাত অসম ৰাইফলছৰ আৰ্চাৰি দলে বিজয়ীৰ খিতাপ অৰ্জন কৰে।

যোৱা ১৮ৰ পৰা ২৩ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাখনত ভাগ লৈছিল মুঠ ২১টা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) আৰু ৰাজ্যিক আৰক্ষীৰ দলে।

১২ গৰাকী পুৰুষ আৰু ৬ গৰাকী মহিলা সদস্যই অংশগ্ৰহণ কৰা অসম ৰাইফলচৰ আৰ্চাৰি দলটোৱে ইণ্ডিয়ান ৰিকাৰ্ভ আৰু কম্পাউণ্ড শাখাত ভাগ লৈছিল। পুৰুষৰ দলটোৱে মুঠ ৫টা সোণ, ৬টা ৰূপ আৰু ২টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ হয়।

তদুপৰি অসম ৰাইফলছৰ দলটোৰ ঝখোন্তো ডেমোয়ে প্ৰতিযোগিতাখনৰ পুৰুষ শাখাৰ শ্ৰেষ্ঠ আৰ্চাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। তেওঁ ইণ্ডিয়ান ৰাউণ্ডৰ ব্যক্তিগত শাখাত ৩টা সোণ আৰু দলীয় (মিক্সড) শাখাত সপনা কুমাৰীৰ সৈতে লগ লাগি এটা সোণৰ পদক লাভ কৰে।

ইণ্ডিয়ান ৰাউণ্ডৰ দলীয় শাখাত অসম ৰাইফলছৰ পুৰুষৰ দলটোৱে ৰূপ আৰু মহিলাৰ দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd