• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাহিত্য সভাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় যুৱ লেখক সমাৰোহ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2019 8:31 pm
(2) 15-03-2019 Photo

ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত অসম সাহিত্য সভাৰ প্ৰতিনিধি দল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া ভাষা-সাহিত্যৰ বিকাশ আৰু বিস্তৃতিৰ বাবে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত এটা প্ৰতিনিধি দলে আজি গুৱাহাটীৰ ৰয়েল গ্ল’ৱেল বিশ্ববিদ্যালয়ৰ উপদেষ্টা তথা অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড০ মিহিৰকান্তি চৌধুৰীৰ লগতে বিশ্ববিদ্যালয়ৰ আচাৰ্য্য, উপাচাৰ্য্যকে প্ৰমুখ্য কৰি এটা প্ৰতিনিধিদলৰ দলৰ সৈতে বিভিন্ন দিশত আলোচনাত মিলিত হয়।

আজি অনুষ্ঠিত হোৱা বৈঠকত সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে ১৯৬০ চনৰ চৰকাৰী ভাষা আইন অনুসৰি সকলো ক্ষেত্ৰতে অসমীয়া ভাষাৰ যথোচিত প্ৰয়োগৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুকলি আহ্বান জনায়। অসমত সৰ্বস্তৰতে ১৯৬০ চনৰ চৰকাৰী ভাষা আইন অনুসৰি অসমীয়া ভাষাৰ যথোচিত ব্যৱহাৰ হব’ই লাগিব। তাৰবাবে অসম সাহিত্য সভাই ২০১৯ বৰ্ষক অসমীয়া আৰু খিলঞ্জীয়া মাতৃভাষাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ সংকল্প বৰ্ষ হিচাপে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে।

Apply Now

সাহিত্য সভাৰ নেতৃত্বত যোৱা প্ৰতিনিধিৰ দলটোৱে আজি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এখন চাৰি দফীয়া স্মাৰক-পত্ৰ প্ৰদান কৰি গুৱাহাটীত অসম সাহিত্য সভাই আয়োজন কৰিবলৈ লোৱা আন্ত্ঃৰাষ্ট্ৰীয় যুৱ লেখক সমাৰোহত পূৰ্ণাংগ সহযোগিতা কৰা, সাহিত্য সভাৰ প্ৰস্তাৱিত বড়ো, মিচিং, ৰাভা, কাৰবি, তিৱা, দেউৰী আদি কৰি সকলো খিলঞ্জীয়া ভাষা-সাহিত্যৰ বিকাশ আৰু গৱেষণাৰ বাবে ব্যবস্থা গ্ৰহণ কৰা, সাহিত্য সভাৰ প্ৰস্তাবিত ছমহীয়া অসমীয়া ভাষাৰ ডিপ্লমা পাঠ্যক্ৰম প্ৰকল্পৰ কাম সম্পন্ন কৰা আৰু অসম সাহিত্য সভাৰ ‘সমাৱৰ্তন’ আয়োজনত পূৰ্ণকালীন সহযোগিতা আগ বঢ়াবৰ বাবে আহ্বান জনায়।

অসম সাহিত্য সভাৰ সৈতে আলোচনাৰ অন্তত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সামূহিকভাবে সাহিত্যসভাৰ সকলো প্ৰস্তাৱ কাৰ্য্যকৰী কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

আজিৰ আলোচনাত সাহিত্য সভাৰ হৈ কৰ্ণধাৰ সমিতিৰ সদস্য ড০ বলেন্দ্ৰ কুমাৰ দাস, প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক অৱনীমোহন চহৰীয়া, প্ৰচাৰ আহ্বায়ক প্ৰফুল্ল বৰ্মন উপস্থিত থাকে।

আনহাতে, বিশ্ববিদ্যালয়ৰ হৈ ড০ মিহিৰকান্তি চৌধুৰীৰ লগতে অশোক কুমাৰ পানছাৰী, ড০ এছ পি সিং, অংকুৰ পানছাৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ অখিল কুমাৰ মেধি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ অলক কুমাৰ বুঢ়াগোহাই, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ প্ৰদীপজ্যোতি মহন্ত আদিকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd