• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভেকো-ভাওনা হ’ব নেকি SI কেলেংকাৰিৰ তদন্ত! : CIDৰ জেৰাৰ অন্তত হঠাৎ ৰহস্যজনক অন্তৰ্ধান সঞ্জীত কৃষ্ণৰ

CID-এ জেৰা কৰাৰ পাছতো কেনেকৈ ৰহস্যজনকভাৱে পলায়ন বা আত্মগোপন সঞ্জীত কৃষ্ণৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 15, 2020 9:20 am
index.jpga
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালিৰে পৰা হঠাৎ অন্তৰ্ধান হ’ল SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত আৰক্ষী বিষয়া সঞ্জীত কৃষ্ণ।

কোনো গোপন ঠাইত আত্মগোপন কৰি থকাৰ সন্দেহ কৰিছে CID-এ। কিন্তু বৰ্তমানলৈকে কোনো খবৰ বা শুং সূত্ৰ লাভ কৰা নাই সঞ্জীতৰ।

Apply Now

উল্লেখযোগ্য যে, সোমবাৰৰ পৰা CID কাৰ্যালয়ত জেৰা চলোৱা হৈছিল কৰিমগঞ্জৰ প্ৰাক্তন আৰক্ষী অধীক্ষক গৰাকীক।

CIDৰ উচ্চ পদস্ত বিষয়া আৰু আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান GP সিঙে পৃথকে পৃথকে সঞ্জীতক জেৰা চলাইছিল বুলি সূত্ৰত প্ৰকাশ পাইছিল।

সঞ্জীতৰ পৰা আৰক্ষীয়ে ইতিমধ্যে দুটাকৈ মোবাইল জব্দ কৰিছে বুলি জানিব পৰা গৈছে।

কিন্তু কালি দুপৰীয়া ভাগৰ পৰা CIDৰে সংযোগ বিচ্ছিন্ন হয় সঞ্জীতৰ।

কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰাই প্ৰশ্ন কাকত ফাদিল হোৱা বুলি ইতিমধ্যে CIDৰ আগত অক্ষয় টেলি কমিউনিকেশ্যনৰ ৰুবুল হাজৰিকাই স্বীকাৰোক্তি দিছে বুলি সূত্ৰত প্ৰকাশ পাইছে।

অভিযোগ অনুসৰি ৪০ লাখ টকাৰ বিনিময়ত ৰুবুলক প্ৰশ্নকাকত ফটো মাৰি লোৱাৰ অনুমতি দিছিল সঞ্জীতে। সেই ফটো দিবন ডেকালৈ হোৱাটছএপ যোগে ৰুবুল হাজৰিকাই প্ৰেৰণ কৰিছিল বুলিও খবৰ প্ৰকাশ পাইছে।

CID-এ সঞ্জীত কৃষ্ণৰ হাউচ গাৰ্ড, তিনি কনিষ্টবল, দত্ত উপাধিধাৰী কৰিমগঞ্জৰ ট্ৰেফিক SIৰ স্বীকাৰোক্তি বা জবানবন্দী সঞ্জীতৰ বিৰুদ্ধে প্ৰমাণ হিচাপে দাখিল কৰিব বুলি সূত্ৰত প্ৰকাশ পাইছে।

কিন্তু তাৰ পাছতো হঠাৎ CIDৰ জেৰাৰ অন্তত ৰহস্যজনক অন্তৰ্ধান কুমাৰ সঞ্জীত কৃষ্ণৰ।

সন্ত্ৰাসবাদী নাইবা উগ্ৰপন্থী তথা দুৰ্নীতিৰ মাষ্টাৰ মাইণ্ডসকলক গাঁৱৰ ভিতৰুৱা অঞ্চলৰ পৰা আটক কৰিবলৈ সক্ষম হোৱা আৰক্ষী নাইবা CID-এ ইমানখিনি তথ্য প্ৰমাণ সঞ্জীতৰ বিৰুদ্ধে থকাৰ পাছতো কিয় সঞ্জীতক নজৰত নাৰাখিলে ?

নে তেওঁক আত্মগোপনৰ সুযোগ বা সুবিধা কৰি দিয়া হ’ল নেকি বুলি প্ৰশ্ন কৰিছে একাংশই।

বৰ্তমান সঞ্জীত কৃষ্ণৰ আত্মগোপনৰ বিষয়টো সম্পূৰ্ণ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

কালি বিয়লি প্ৰায় ৪ বজাৰ পৰা উলুবাৰী লাচিতনগৰস্থিত সঞ্জীত কৃষ্ণৰ বাসগৃহত CIDৰ এটা দলে অভিযান চলাই যদিও তেওঁৰ সাক্ষাৎ নাপায় কেৱল বাহনখনহে ঘৰত পায়।

উল্লেখ্য যে যোৱা ১১ অক্টোবৰত কুমাৰ সঞ্জিত কৃষ্ণক কৰিমগঞ্জৰ পৰা বৰপেটাৰ এফ আৰ আৰ অ’ৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰে। সূত্ৰ অনুসৰি, সঞ্জিত কৃষ্ণক শাস্তিমূলকভাৱে এই গুৰুত্বহীন পদটোলৈ বদলি কৰা হয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

September 27, 2026 1:07 pm
স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

September 27, 2026 1:07 pm
স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd