DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম চুক্তিৰ এজন স্বাক্ষৰকাৰী বিৰাজ কুমাৰ শৰ্মাৰ পৰলোক

কেৱল প্ৰফুল্ল কুমাৰ মহন্তহে বাকী ৰ'ল অসম চুক্তিত স্বাক্ষৰকাৰী অসমীয়া হিচাপে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2019 3:39 pm
আজি মৃত্যু হোৱা প্ৰাক্তন মন্ত্ৰী তথা অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী বিৰাজ কুমাৰ শৰ্মা। ফাইল ফটো

আজি মৃত্যু হোৱা প্ৰাক্তন মন্ত্ৰী তথা অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী বিৰাজ কুমাৰ শৰ্মা। ফাইল ফটো

1.4k
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন অগপ মন্ত্ৰী তথা অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী বিৰাজ কুমাৰ শৰ্মাৰ আজি অসুস্থতাজনিত কাৰণত পৰলোক হয়। যকৃতৰ ৰোগত ভুগি থকা শৰ্মাক গুৱাহাটীৰ নেইমকেয়াৰ চিকিৎসালয়ত তেওঁক ৪ দিন পূৰ্বে ভৰ্তি কৰা হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৭০ বছৰ।

উল্লেখযোগ্য যে অসম আন্দোলনৰ পৰিণতিত স্বাক্ষৰিত অসম চুক্তিত সদৌ অসম গণসংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে বিৰাজ কুমাৰ শৰ্মায়ো চহী কৰিছিল।

Assam Accord signign ceremony
অসম চুক্তিৰ স্বাক্ষৰ কৰা মুহূৰ্তত বিৰাজ কুমাৰ শৰ্মা। সোঁফালে বহি থকাজন।

কেন্দ্ৰীয় চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বৰ মাজত হোৱা চুক্তিখনত চহী কৰা তিনিজন অসমীয়াৰ মাজৰে এজন আছিল বিৰাজ কুমাৰ শৰ্মা। আন দুজন আছিল সেই সময়ত আছুৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত আৰু সাধাৰণ সম্পাদক ভৃগু কুমাৰ ফুকন।

ইপিনে যোৱা ২০০৬ চনত ভৃগু কুমাৰ ফুকনৰ মৃত্যু হৈছিল। আজি বিৰাজ কুমাৰ শৰ্মাৰো মৃত্যু হোৱাত কেৱল প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তহে থাকিলগৈ চুক্তিখনত স্বাক্ষৰকাৰী।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বিৰাজ কুমাৰ শৰ্মাই অগপৰ দ্বিতীয়টো কাৰ্য্যকালত গুৱাহাটী পৌৰ প্ৰশাসনৰ মন্ত্ৰী হৈ থকা অৱস্থাত সশস্ত্ৰ বিদ্ৰোহী গোট আলফাৰ সদস্যই গুলীয়াই গুৰুতৰভাৱে আহত কৰিছিল। ঘটনাটোত তেওঁৰ এজন নিৰাপত্তা বিষয়া দীপক গগৈ নিহত হোৱাৰ লগতে আন কেইবাজনো নিৰাপত্তা কৰ্মী আহত হৈছিল। শৰ্মা গুৱাহাটী পূব সমষ্টিৰ পৰা ৪ বাৰকৈ প্ৰতিদ্বন্দ্বিতা কৰি ২ বাৰ জয়ী হৈছিল।

Recent News

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Independence Day

ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তীৰ দুটা ভাষণ

AASU Chitta Basumatary

প্ৰাক্তন আছু নেতাৰ কবিতাই জোকাৰিছে ফেচবুক: কি আছে এই কবিতাত!

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd