• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাপনলৈকে যে অন্ততঃ মনত পৰিল অসমৰ কোটিটকীয়া এম্বেছেদৰ প্ৰিয়ংকাৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2018 8:34 pm
papon at Priyanka wedding

প্ৰিয়ংকাৰ বিয়াৰ অভ্যৰ্থনাত পাপন।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জয়পুৰ, লছ এঞ্জেলছ, দিল্লী, মুম্বাই— ক’ত হোৱা নাই অসম পৰ্য্যটনৰ বহু কোটি টকীয়া এম্বেছেদৰ প্ৰিয়ংকাৰ বিয়াৰ পাৰ্টি!

আমি নাজানো বিয়াৰ পিছত যোৱা দুসপ্তাহ ধৰি খণ্ড খণ্ডকৈ চলি থকা অভ্যৰ্থনাত ভাগ লোৱাৰ সৌভাগ্য অসমৰ কেইজনৰ হৈছে। হাজাৰ হ’লেও অসমৰ ব্ৰেন্দ এম্বেছেদৰৰ বিয়া!

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা বলিউদ-হলিউদৰ অভিনেতা, অভিনেত্ৰীলৈকে বহু বিশ্বখ্যাত লোকৰ সমাগম ঘটা এই ৰাজকীয় বিবাহ প্ৰিয়ংকাৰ বাবে আছিল অসমৰ সামান্য হ’লেও পৰিচয় তুলি ধৰাৰ এক সুৱৰ্ণ সুযোগ। আৰু অসমক পৰিচিত কৰি তোলাৰে দায়িত্ব লৈছে তেওঁ।

A heartfelt thank you to our Hon'ble Prime Minister Shri @narendramodi ji for gracing us with your presence. Touched by your kind words and blessings. @nickjonas pic.twitter.com/ktGguBra0N

— PRIYANKA (@priyankachopra) December 5, 2018

অসমৰ বহু লোকেও আশা কৰিছিল অসমক awesome বোলা প্ৰিয়ংকাই পিন্ধিব নেকি অসমৰ পাট! বিদেশী দিজাইনাৰে নিজ হাতে বনোৱা ৱে’দিং গাউন পিন্ধিলে প্ৰিয়ংকাই, পিন্ধিলে ভাৰতীয় লেহেংগাও; মাথো “বিশ্ব দৰবাৰ”ৰ বাবে অনুপযুক্ত বিবেচিত হ’ল অসমৰ সাজ।

“বিশ্ব দৰবাৰ” অসমবাসীৰ চিৰক’লীয়া হেঁপাহৰ। দুখীয়া অসমৰ বহু কোটি টকা ৰাজহুৱা ধনেৰে, চৰকাৰৰ দাবী অনুসৰি, সেইবাবেই প্ৰিয়ংকাক পতা হৈছে এম্বেছেদৰ।

নাই, এই বিশাল ৰাজকীয় পৰিক্ৰমাত অসমলৈ মনত নপৰিল প্ৰিয়ংকাৰ। “Forever stays with you” হৈ নাথাকিল Assam (।)

১৬ অক্তোবৰত অসম পৰ্য্যটনৰ হৈ শেষবাৰলৈ এটা টুইট কৰিছিল চ’চিয়েল মিডিয়াত অতি সক্ৰিয় প্ৰিয়ংকাই। আৰু সেই দিনটো আছিল অসম পৰ্য্যটনৰ প্ৰচাৰ ভিডিঅ’ মুকলি হোৱাৰ।

Thank you Assam for your generosity and hospitality! Once you visit Assam it stays with you forever… #AwesomeAssam https://t.co/4H89CyvAWN

— PRIYANKA (@priyankachopra) October 17, 2018

প্ৰিয়ংকাৰ বিবাহে অন্ততঃ এটা কথা স্পষ্ট কৰিছে “বিশ্ব দৰবাৰ”ৰ যোগাৰ কৰিব লাগিব অসমৰ মানুহে নিজেই।

প্ৰিয়ংকাৰ বিবাহৰ চলি থকা অভ্যৰ্থনাৰ শেহতীয়া এখণ্ডত সৌভাগ্যক্ৰমে আমন্ত্ৰণ পালে অসমৰ জনপ্ৰিয় গায়ক অংগৰাগ মহন্তই।

অসমৰ বুলিবলৈ অন্ততঃ পাপনলৈকে যে মনত পৰিল কোটিটকীয়া এম্বেছেদৰ প্ৰিয়ংকাৰ!

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd