• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাপনলৈকে যে অন্ততঃ মনত পৰিল অসমৰ কোটিটকীয়া এম্বেছেদৰ প্ৰিয়ংকাৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2018 8:34 pm
papon at Priyanka wedding

প্ৰিয়ংকাৰ বিয়াৰ অভ্যৰ্থনাত পাপন।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জয়পুৰ, লছ এঞ্জেলছ, দিল্লী, মুম্বাই— ক’ত হোৱা নাই অসম পৰ্য্যটনৰ বহু কোটি টকীয়া এম্বেছেদৰ প্ৰিয়ংকাৰ বিয়াৰ পাৰ্টি!

আমি নাজানো বিয়াৰ পিছত যোৱা দুসপ্তাহ ধৰি খণ্ড খণ্ডকৈ চলি থকা অভ্যৰ্থনাত ভাগ লোৱাৰ সৌভাগ্য অসমৰ কেইজনৰ হৈছে। হাজাৰ হ’লেও অসমৰ ব্ৰেন্দ এম্বেছেদৰৰ বিয়া!

Apply Now

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা বলিউদ-হলিউদৰ অভিনেতা, অভিনেত্ৰীলৈকে বহু বিশ্বখ্যাত লোকৰ সমাগম ঘটা এই ৰাজকীয় বিবাহ প্ৰিয়ংকাৰ বাবে আছিল অসমৰ সামান্য হ’লেও পৰিচয় তুলি ধৰাৰ এক সুৱৰ্ণ সুযোগ। আৰু অসমক পৰিচিত কৰি তোলাৰে দায়িত্ব লৈছে তেওঁ।

A heartfelt thank you to our Hon'ble Prime Minister Shri @narendramodi ji for gracing us with your presence. Touched by your kind words and blessings. @nickjonas pic.twitter.com/ktGguBra0N

— PRIYANKA (@priyankachopra) December 5, 2018

অসমৰ বহু লোকেও আশা কৰিছিল অসমক awesome বোলা প্ৰিয়ংকাই পিন্ধিব নেকি অসমৰ পাট! বিদেশী দিজাইনাৰে নিজ হাতে বনোৱা ৱে’দিং গাউন পিন্ধিলে প্ৰিয়ংকাই, পিন্ধিলে ভাৰতীয় লেহেংগাও; মাথো “বিশ্ব দৰবাৰ”ৰ বাবে অনুপযুক্ত বিবেচিত হ’ল অসমৰ সাজ।

“বিশ্ব দৰবাৰ” অসমবাসীৰ চিৰক’লীয়া হেঁপাহৰ। দুখীয়া অসমৰ বহু কোটি টকা ৰাজহুৱা ধনেৰে, চৰকাৰৰ দাবী অনুসৰি, সেইবাবেই প্ৰিয়ংকাক পতা হৈছে এম্বেছেদৰ।

নাই, এই বিশাল ৰাজকীয় পৰিক্ৰমাত অসমলৈ মনত নপৰিল প্ৰিয়ংকাৰ। “Forever stays with you” হৈ নাথাকিল Assam (।)

১৬ অক্তোবৰত অসম পৰ্য্যটনৰ হৈ শেষবাৰলৈ এটা টুইট কৰিছিল চ’চিয়েল মিডিয়াত অতি সক্ৰিয় প্ৰিয়ংকাই। আৰু সেই দিনটো আছিল অসম পৰ্য্যটনৰ প্ৰচাৰ ভিডিঅ’ মুকলি হোৱাৰ।

Thank you Assam for your generosity and hospitality! Once you visit Assam it stays with you forever… #AwesomeAssam https://t.co/4H89CyvAWN

— PRIYANKA (@priyankachopra) October 17, 2018

প্ৰিয়ংকাৰ বিবাহে অন্ততঃ এটা কথা স্পষ্ট কৰিছে “বিশ্ব দৰবাৰ”ৰ যোগাৰ কৰিব লাগিব অসমৰ মানুহে নিজেই।

প্ৰিয়ংকাৰ বিবাহৰ চলি থকা অভ্যৰ্থনাৰ শেহতীয়া এখণ্ডত সৌভাগ্যক্ৰমে আমন্ত্ৰণ পালে অসমৰ জনপ্ৰিয় গায়ক অংগৰাগ মহন্তই।

অসমৰ বুলিবলৈ অন্ততঃ পাপনলৈকে যে মনত পৰিল কোটিটকীয়া এম্বেছেদৰ প্ৰিয়ংকাৰ!

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm
ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

August 18, 2026 12:05 pm
শ্ৰেণীকোঠাত সহপাঠীৰ নিৰ্বিচাৰ গুলীচালনা, ২জন ছাত্ৰৰ মৃত্যু; অনাহুত কাণ্ডত তীব্ৰ চাঞ্চল্য

শ্ৰেণীকোঠাত সহপাঠীৰ নিৰ্বিচাৰ গুলীচালনা, ২জন ছাত্ৰৰ মৃত্যু; অনাহুত কাণ্ডত তীব্ৰ চাঞ্চল্য

August 18, 2026 10:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd