DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আকৌ বিজেপিলৈ “শিল্পী”ৰ সোঁত; বহুকেইগৰাকীয়ে পিন্ধিলে গেৰুৱা সাজ

বিজেপিত যোগদান সংগীত পৰিচালক বিমান বৰুৱা আৰু কণ্ঠশিল্পী কল্লোল বৰঠাকুৰৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 21, 2020 4:24 pm
আকৌ বিজেপিলৈ “শিল্পী”ৰ সোঁত; বহুকেইগৰাকীয়ে পিন্ধিলে গেৰুৱা সাজ

ফটো : নৰ্থ-ইষ্ট নাও

457
VIEWS
Share on FacebookShare on Twitter

কিছুদিন বিৰতিৰ মূৰত পুনৰ বিজেপিলৈ বৈছে নিজকে শিল্পী বুলি পৰিচয় দিয়া গায়ক, অভিনেতা তথা সাংস্কৃতিক কৰ্মীৰ।

আজি শেহতীয়াকৈ বিজেপিত যোগদান কৰি গেৰুৱা বসন পিন্ধে “কণ্ঠশিল্পী” কল্লোল বৰঠাকুৰে।

কিছুদিন পূৰ্বলৈকে ৰাজনীতিত যোগদান নকৰাৰ ইংগিত দি থকা কল্লোলে আজি হঠাৎ বিজেপিত যোগদান কৰা বিষয়টোৱে সকলোকে আচম্বিত কৰি তুলিছে।

কল্লোলৰ লগতে সংগীত পৰিচালক বিমান বৰুৱাকে ধৰি মুঠ ১১ গৰাকী সাংস্কৃতিক কৰ্মীয়ে বিজেপিত যোগদান কৰে।

বিজেপিত যোগদান কৰাৰ মূহুৰ্তত কণ্ঠশিল্পী কল্লোল বৰঠাকুৰ। ফটো : নৰ্থ-ইষ্ট নাও

সংগীত ব্যৱস্থাপক জয়ন্ত কুমাৰ শৰ্মা, অভিনেতা- পৰিচালক বণজিৎ শৰ্মা, অভিনেতা কৌশিক শৰ্মা, সংগীত ব্যৱস্থাপক ভৱজ্যােতি দাস, লোকবাদ্য শিল্পী নিকুঞ্জ মেধি, বাদ্য শিল্পী জগদীশ শৰ্মা, সংগীত শিক্ষক বুলুমনি গোস্বামী , ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী প্ৰণৱ কুমাৰ মিশ্ৰ, ব্যৱসায়ী চিৰঞ্জিৎ বৰপূজাৰীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

ভাৰতীয় জনতা পাৰ্টিৰ নীতি- আৰ্দশৰ প্ৰতি আৰ্কষিত হৈ নিৰন্তৰ নতুন নতুন ব্যক্তিয়ে যোগদান কৰিছে বুলি দাবী কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

তেওঁ আৰু কয় “প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু সোণোৱাল চৰকাৰৰ জনকল্যানমূলক কাম, সৰ্মপিত মনোভাৱৰে কৰা দলৰ অনান্য কাৰ্যকৰ্তাৰ সেৱাৰ প্ৰতি আৰ্কষিত হৈ আজি ৰাজ্যিক কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে অসমৰ কেইবাগৰাকী শিল্পী আৰু ভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত কেইবাগৰাকী ব্যক্তিয়ে।”

“প্ৰতিজনে নিঃস্বাৰ্থ ভাবে দলীয় আৰ্দশ সৰোগত কৰি দল আৰু সমাজৰ সেৱা কৰি যাব বুলি আন্তৰিকতাৰে আশা কৰিছোঁ।” দাসে লগতে কয়।

যোগদানকাৰীসকলক দলৰ মজিয়ালৈ আদৰণি জনায় সভাপতি ৰঞ্জিত দাস, সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মাই।

Recent News

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

women in Afghanistan

“দুষ্ট নাৰী”ক ঘৰৰ ভিতৰত আৱদ্ধ কৰিছে তালিবানে: জনালে তালিবানৰ শীৰ্ষ নেতা চিৰাজুদ্দিন হাক্কানিয়ে

Qutb Minar

এইবাৰ লক্ষ্য কুতুব মিনাৰ! ৰাজা বিক্ৰমাদিত্যইহে নিৰ্মাণ কৰিছিল কুতুব মিনাৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd