• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতি কিলোগ্ৰাম চাহপাত ৭৫ হাজাৰ টকাত নিলাম, অভিলেখৰ ধাৰা অক্ষুন্ন গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 29, 2020 5:08 pm
a tea-manohari-g

প্ৰতিনিধিত্বমূলক ছবি

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’ণাতংকই এক প্ৰকাৰ কোঙা কৰি পেলোৱা অসমৰ চাহ উদ্যোগলৈ পুনৰ উভতি আহিছে পূৰ্বৰ সেই সোণালী সুদিন।

ক’ৰ’ণাতংকৰ বাবে স্থৱিৰ হৈ পৰা ৰাজ্যৰ চাহ উদ্যোগত নতুন গতিৰ সঞ্চাৰ কৰি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰাম চাহপাত নিলাম হ’ল ৭৫ হাজাৰ টকাত।

Apply Now

ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাত উৎপাদিত এক বিশেষ চাহপাত প্ৰতি কিলোগ্ৰামত ৭৫ হাজাৰ টকাকৈ নিলাম হৈছে।

কনটেম্প’ৰেৰী ব্ৰ’কাৰ্ছ প্ৰাঃ লিঃ নামৰ নিলামকাৰী সংস্থাটোৰ পৰা গুৱাহাটীৰ বিষ্ণু টি কোম্পানীয়ে মনোহাৰী বাগিচাৰ বিশেষ চাহ বিধ প্ৰতি কিলোগ্ৰামত ৭৫ হাজাৰ টকাকৈ মুঠ ১,২০০ কিলোগ্ৰাম চাহ ক্ৰয় কৰিছে।

উল্লেখ্য  বিগত বৰ্ষতো গুৱাহাটী চাহ নিলাম কেন্দ্ৰই অভিলেখৰ গঢ়াৰ ধাৰা অব্যাহত ৰাখি পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি প্ৰতি কেজি চাহ ৭৫,০০০ টকা মূল্যত বিক্ৰীৰে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল।

গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ, ক্ৰয় সংস্থাৰ সম্পাদক দীনেশ বিহানীয়ে প্ৰকাশ কৰা মতে দিকম চাহ বাগিচাত উৎপাদিত ‘গোল্ডেন বাটাৰফ্লাই’ চাহে বিগত বৰ্ষত বিক্ৰীৰ ক্ষেত্ৰত চৰা দামৰ নতুন অভিলেখ ৰচনা কৰিছিল।

যোৱা বছৰ গুৱাহাটীৰ আটাইতকৈ পুৰণি এম/এছ আছাম টি ট্ৰেদাৰ্ছে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে বিশেষ চাহবিধ ক্ৰয় কৰিছিল।

বৰ্তমান সময়ত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ গুণগত আৰু বিশেষ চাহৰ বাবে পৃথিৱীৰ গুৰুত্বপূৰ্ণ নিলামকেন্দ্ৰত পৰিণত হৈছে।

উল্লেখযোগ্য যে,২০১৮ বৰ্ষৰ ৩১ জুলাইত মাইজান চাহ বাগিছাৰ ‘মাইজান অৰ্থ’ডক্স গোল্ডেন টি’য়ে প্ৰতি কেজিৰ বিনিময়ত ৭০,৫০১ টকা মূল্য লাভ কৰি অভিলেখ গঢ়িছিল।

তাৰ পূৰ্বে ২০১৯ বৰ্ষত ‘মনোহাৰী গোল্ডেন টি’য়ে প্ৰতি কেজি চাহ ৫০,০০০ টকাত বিক্ৰীৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল।

এইবাৰ পুনৰ মনোহাৰী বাগিচাৰ চাহ প্ৰতি কিলোত ৭৫ হাজাৰ টকা দৰত নিলাম হোৱাত উৎফুল্লিত হৈ পৰিছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ ক্ৰয় সংস্থাৰ  সম্পাদক দীনেশ বিহানী।

এই চাহ 9amtea.com ৱেবচাইটৰ জৰিয়তে সমগ্ৰ বিশ্বতে বিক্ৰী কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৭ চনতেই মানুহৰ নিৰীক্ষণ ক্ষমতাক চেৰ পেলাব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই! বিপদৰ আশংকাত এতিয়া কি নতুন সীমা নিৰ্ধাৰণৰ প্ৰস্তাৱ দিলে অ’পেনএআইয়ে?

২০২৭ চনতেই মানুহৰ নিৰীক্ষণ ক্ষমতাক চেৰ পেলাব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই! বিপদৰ আশংকাত এতিয়া কি নতুন সীমা নিৰ্ধাৰণৰ প্ৰস্তাৱ দিলে অ’পেনএআইয়ে?

November 23, 2026 5:10 pm
‘নেপাল অবিহনে ৰামো আধৰুৱা’, বলেন্দ্ৰ শ্বাহক কাষত লৈ আৰু কি কি ক’লে নৰেন্দ্ৰ মোদীয়ে?

‘নেপাল অবিহনে ৰামো আধৰুৱা’, বলেন্দ্ৰ শ্বাহক কাষত লৈ আৰু কি কি ক’লে নৰেন্দ্ৰ মোদীয়ে?

November 23, 2026 5:08 pm
১২ ডিচেম্বৰত উকলিব ৩০ বছৰীয়া গংগা জলবণ্টন চুক্তি: মাজত মাত্ৰ ১৯ দিন থকা অৱস্থাত ১৯৭৭ চনৰ ‘গ্যাৰাণ্টী ক্লজ’ ঘূৰাই বিচাৰিছে বাংলাদেশে

১২ ডিচেম্বৰত উকলিব ৩০ বছৰীয়া গংগা জলবণ্টন চুক্তি: মাজত মাত্ৰ ১৯ দিন থকা অৱস্থাত ১৯৭৭ চনৰ ‘গ্যাৰাণ্টী ক্লজ’ ঘূৰাই বিচাৰিছে বাংলাদেশে

November 23, 2026 4:31 pm
যোগীক ৰুধিবলৈ দিল্লীত বৈঠক! ২০২৭ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ আসন বুজাবুজিৰ প্ৰথম পৰ্যায় সফল সমাজবাদী ‎পাৰ্টি-কংগ্ৰেছৰ

যোগীক ৰুধিবলৈ দিল্লীত বৈঠক! ২০২৭ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ আসন বুজাবুজিৰ প্ৰথম পৰ্যায় সফল সমাজবাদী ‎পাৰ্টি-কংগ্ৰেছৰ

November 23, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৭ চনতেই মানুহৰ নিৰীক্ষণ ক্ষমতাক চেৰ পেলাব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই! বিপদৰ আশংকাত এতিয়া কি নতুন সীমা নিৰ্ধাৰণৰ প্ৰস্তাৱ দিলে অ’পেনএআইয়ে?

২০২৭ চনতেই মানুহৰ নিৰীক্ষণ ক্ষমতাক চেৰ পেলাব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই! বিপদৰ আশংকাত এতিয়া কি নতুন সীমা নিৰ্ধাৰণৰ প্ৰস্তাৱ দিলে অ’পেনএআইয়ে?

November 23, 2026 5:10 pm
‘নেপাল অবিহনে ৰামো আধৰুৱা’, বলেন্দ্ৰ শ্বাহক কাষত লৈ আৰু কি কি ক’লে নৰেন্দ্ৰ মোদীয়ে?

‘নেপাল অবিহনে ৰামো আধৰুৱা’, বলেন্দ্ৰ শ্বাহক কাষত লৈ আৰু কি কি ক’লে নৰেন্দ্ৰ মোদীয়ে?

November 23, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd