• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সম্বৰ্ধনা নহয়, মৰম-আশীৰ্বাদ ল’বলৈহে অসমলৈ আহিছো : ধিং এক্সপ্ৰেছ হিমা

মিণ্টু দাস by মিণ্টু দাস
September 11, 2018 5:02 pm
Hima at Nagaon
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মই সম্বৰ্ধনা ল’বলৈ অসমলৈ অহা নাই। মৰম-আশীৰ্বাদ ল’বলৈ আহিছো। নগাঁৱৰ পিছত ধিঙত আশীৰ্বাদ ল’ম।’ আজি নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত সম্বৰ্ধনা সভাত সম্বৰ্ধনা গ্ৰহণ কৰি স্বৰ্ণ কন্যা হিমা দাসে এইদৰে কয়।

নগাঁও ক্ৰীড়া সংস্থা আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত হিমাই লগতে কয়, ‘কালিলৈৰ পৰা ঘৰত থাকিম। দুদিনৰ পিছত ঘূৰি যাম। পুনৰ প্ৰশিক্ষণ আৰম্ভ কৰিম। বহুত গামোচা পাইছো। বৰদেউতাক কোঠা এটা বনাব কৈছো। ভালকৈ থম। অসমৰ বাহিৰত আৰু গামোচা উৰুৱাম।’

Apply Now

চৰকাৰৰ প্ৰতি আহ্বান জনাই দৌৰ কন্যা গৰাকীয়ে কয়, ‘নতুন ষ্টেডিয়ামখন সোনকালে নিৰ্মাণ কৰিব লাগে। নতুন নতুন খেলুৱৈক আগবঢ়াই আনিব লাগিব। প্ৰশিক্ষক আনি শিবিৰ পাতি খেলুৱৈক আগবঢ়াই নিব লাগিব। অহাবাৰ দহজনে মেডেল লৈ প্ৰধান মন্ত্ৰীৰ লগত ফটো উঠিম। ইয়াৰ বাবে সহযোগ সকলোৰে লাগিব।’

জাতি-ভেদ পৰিহাৰ কৰি এক অসমীয়া হৈ আগবাঢ়িব লাগিব বুলি উল্লেখ কৰি মাজুলী, কাজিৰঙা, চাহৰ বাবে অসম বিশ্বই চিনি পোৱা অসমক আৰু জিলিকাব লাগিব বুলি মন্তব্য কৰে।

তদুপৰি অসমৰ সংবাদ মাধ্যমক উচ্চ প্ৰশংসা কৰি হিমাই কয়, ‘সংবাদ মাধ্যমে গাঁৱৰ পৰা খেলুৱৈ উলিয়াই আনিব লাগিব। ভাল খেলুৱৈ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল’ব লাগিব।’

আনহাতে, নৱম শ্ৰেণীত পঢ়ি থাকোতে পুলিচৰ লাঠি কাঢ়ি অনাৰ কথা ব্যক্ত কৰি হিমাই কয়, ‘আজি মোৰ কাৰণে মা-দেউতাই হাঁহিব পাৰিছে। মই সুখী। দেউতা ফুটবল খেলুৱৈ আছিল। খেলিলে পইচা পায়।’ হিমাৰ নিৰাপত্তাৰক্ষী হিচাপে নিয়োজিত কৰা দুই বীৰাংগনাকো তেওঁ উচ্চ প্ৰশংসা কৰে।

আজিৰ অনুষ্ঠানত নগাঁৱৰ বিভিন্ন অনুষ্ঠানে হিমাক উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনোৱাক লৈ সম্বৰ্ধনা অনুষ্ঠানত হেতাওপৰা লাগে। অনুষ্ঠানত প্ৰশিক্ষক নিপন দাসেও ভাষণ প্ৰদান কৰি অসমত আৰু কেবাগৰাকী হিমা ওপজিব বুলিও আশা ব্যক্ত কৰে।

কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, কেশব মহন্ত, বিধায়ক ৰূপক শৰ্মা আৰু শিলাদিত্য দেবে অংশগ্ৰহণ কৰা সভাখনত আদৰণী ভাষণ প্ৰদান কৰে নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে। অনুষ্ঠানটোত জিলা প্ৰশাসন আৰু ক্ৰীড়া সংস্থাই হিমাক এক লাখ টকাকৈ চেক আগবঢ়ায়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd