• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিবাদী কাৰ্য্যসূচীত শিশু সকলক ব্যৱহাৰ কৰিব নোৱাৰিব; গোলাঘাটৰ উপায়ুক্তলৈ অসম ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগৰ পত্ৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
June 9, 2020 4:40 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমুখত বিগত ৭ জুনত অনুষ্ঠিত এটা প্ৰতিবাদী কাৰ্য্যসূচীত কণ কণ শিশুক ব্যৱহাৰ কৰা প্ৰসংগক লৈ গোলাঘাট জিলা উপায়ুক্তলৈ এক পত্ৰ প্ৰেৰণ কৰিছে অসম ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগে ৷

আয়োগৰ অধ্যক্ষ ড০ সুনিতা চাংকাকতিয়ে প্ৰেৰণ কৰা এই পত্ৰত ৬ জুনৰ বিয়লিৰ পৰা নিশালৈকে অগৰাতলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমুখত হোৱা প্ৰতিবাদী কাৰ্যসূচীত কণ কণ শিশুক ব্যৱহাৰ কৰা হৈছিল বুলি উল্লেখ কৰিছে ৷

Apply Now

কভিড-১৯ ৰ সংক্ৰমণৰ ভয়াবহতাৰ মাজত এই শিশু সকলক মুখত মাস্ক নিপিন্ধাকৈ প্ৰতিবাদী কাৰ্যসূচীত ব্যৱহাৰ কৰা বুলি কৈ এই প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজক সোনেশ্বৰ নৰহ, প্ৰনৱ দলে, বিতোপন পেগু আৰু তিথি পেগুৰ বিৰুদ্ধে বিহিত কাৰ্য্য ব্যৱস্থা গ্ৰহণৰ বাবে গোলাঘাটৰ উপায়ুক্তক জনাইছে অসম ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগে ৷

ৰাজ্যখনত সচৰাচৰ হৈ থকা প্ৰতিবাদ বা আন্দোলনত যাতে শিশুক ব্যৱহাৰ কৰা নহয় তাৰ বাবে প্ৰতিখন জিলাকে আমাৰ ফালৰ পৰা নিৰ্দেশ দিয়া আছে বুলি জনায় আয়োগৰ অধ্যক্ষ ড৹ সুনিতা চাংকাকতিয়ে ৷

শিশুক আন্দোলনৰ কাৰ্যসূচীত ব্যৱহাৰ কাৰ্য্য ২০১৫ চনৰ শিশুৰ প্ৰতিপালন আৰু সুৰক্ষা আইনৰ ৭৫ ধাৰা মতে দণ্ডনীয় অপৰাধ ৷

ইয়াৰ পাচতো অগৰাতলিৰ প্ৰতিবাদত কণ-কণ শিশু সকলক ব্যৱহাৰ হোৱাতো আমি লক্ষ্য কৰিছো আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আমি গোলাঘাটৰ জিলা উপায়ুক্তক জনাইছো বুলি কয় অধ্যক্ষ গৰাকীয়ে ৷

উপায়ুক্তলৈ প্ৰেৰণ কৰা এই পত্ৰৰ পাচতেই অগৰাতলিৰ প্ৰতিবাদত শিশুক ব্যৱহাৰ কৰা ঘটনা সন্দৰ্ভত বোকাখাত আৰক্ষীয়ে এটা গোচৰ ৰজু কৰি উল্লেখিত ব্যক্তি কেইগৰাকীৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, ধুবুৰীত শিক্ষকতা কৰি থকা অগৰাতলিৰ যুৱক বিতোপন পেগু আৰু তেওঁৰ এজন সতীৰ্থক ৫ জুনৰ নিশা কাজিৰঙাৰ চোৰাংচিকাৰী প্ৰতিহত কৰাৰ ক্ষেত্ৰত নিয়োজিত থকা আৰক্ষীৰ বিশেষ বাহিনীৰ জোৱানে শাৰিৰীক ভাৱে অপদস্থ কৰাৰ অভিযোগত ৬ জুনৰ বিয়লি এই প্ৰতিবাদ কাৰ্যসুচী ৰূপায়ন কৰা হৈছিল।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd