• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Unlock-1 ত অসমত কি কি খোলা থাকিব আৰু বন্ধ থাকিব; জানিবলৈ ক্লিক কৰক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 1, 2020 8:40 pm
unlock-1.0

প্ৰতিনিধিত্বমূলক ছবি, উৎস- ইন্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰে পৰা দেশজুৰি আৰম্ভ হ’ল UNLOCK-1। এই UNLOCK-1 ত কি কি খোলা ৰাখিব বা বন্ধ ৰাখিব এই সম্পৰ্কে ৰাজ্য চৰকাৰসমূহক সিদ্ধান্ত ল’বলৈ কৈছিল কেন্দ্ৰীয় চৰকাৰে।

সেই অনুসৰি ৰাজ্য চৰকাৰৰ দুৰ্যোগ প্ৰসমন বিভাগে এই সন্দৰ্ভত লৈছে সিদ্ধান্ত। তেওঁলোকে লোৱা সিদ্ধান্ত অনুসৰি কি কি খোলা ৰাখিব বা বন্ধ থাকিব সেইসমূহ তলত উল্লেখ কৰা হ’ল।

Apply Now

কাইলৈৰ পৰা খোলা থাকিব বা অনুমতি প্ৰদান কৰা হৈছে

কেৱল চুলি কাটিবৰ বাবে নাপিত আৰু পাৰ্লাৰসমূহ খোলাৰ অনুমতি প্ৰদান ।

সকলোৱে মাস্ক, হেণ্ড গ্লোভছ আৰু সামাজিক দূৰত্ব মনাটো বাধ্যতামূলক।

ৰাজহুৱা স্থানত যোগাসন, প্ৰাতঃভ্ৰমণ আৰু ব্যায়াম কৰাত অনুমতি দিয়া হৈছে। ৰাজহুৱা স্থানত চলচ্চিত্ৰ আৰু ধাৰাবাহিকৰ দৃশ্যগ্ৰহণৰ অনুমতি প্ৰদান কৰা হৈছে।

৮ জুনৰ পৰা কি কি খোলা ৰখাৰ অনুমতি

৮ জুনৰ পৰা ৰাজ্যৰ ধৰ্মীয় তথা উপাসনাস্থলী খোলাৰ অনুমতি প্ৰদান কৰা হৈছে। কিন্তু প্ৰতি ঘণ্টাত এটা স্থানত ২০ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব।

ইয়াৰোপৰি উক্ত দিনাৰে পৰা হোটেল, ৰেস্তোৰাঁ আৰু শ্বপিং মলসমূহ খুলিব পাৰিব। কিন্তু হোটেলসমূহত মুঠ আসনৰ ৫০ শতাংশ লোকেহে আহাৰ গ্ৰহণ কৰিব পাৰিব। শ্বপিং মলসমূহতো সামাজিক দূৰত্ব সুনিশ্চিত কৰিব লাগিব।

৩০ জুন পৰ্যন্ত কি কি বন্ধ থাকিব ?

অহা ৩০ জুন পৰ্যন্ত অৰ্থাৎ পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত চিনেমা হ’ল, জীম, ছুইমিং পুল, বিনোদন পাৰ্ক, বাৰ, প্ৰেক্ষাগৃহ আৰু থিয়েটাৰসমূহো বন্ধ থকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।

বহু লোকৰ সমাৱেশ হোৱা সকলো অনুষ্ঠানত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

বৰ্তমান বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় বন্ধ থাকিব। এই সমূহ খোলাৰ ক্ষেত্ৰত সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব।

আনহাতে আজিৰে পৰা ৩০ জুনলৈ সান্ধ্য আইনৰ সময়ৰ সালসলনি কৰা হৈছে বুলি নিৰ্দেশনাত উল্লেখ আছে।

সন্ধ্যা ৭ বজাৰ সলনি নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ থাকিব এই সান্ধ্য আইন।

ইয়াৰোপৰি ৬৫ বছৰৰ উৰ্ধ্বৰ আৰু ১০ বছৰৰ তলৰ শিশুক ঘৰতে থকাৰ আহ্বান জনাইছে নিৰ্দেশনাখনত।

কেৱল জৰুৰী অৱস্থাতহে ঘৰৰ পৰা বাহিৰ ওলোৱাৰ আহ্বান কৰা হৈছে।

ইয়াৰোপৰি, দুচকীয়া বাহনত কেৱল এজন লোকেহে যাত্ৰা কৰিব পাৰিব।

অৱশ্যে মহিলা আৰু ১২ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত ৰেহাই ইতিমধ্যে প্ৰদান কৰা হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd