• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০১৮-১৯ বৰ্ষৰ বাবে সাংবাদিক পেঞ্চন ঘোষণা অসম চৰকাৰৰ

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , August 13, 2018 8:02 pm

1 min read

eb781a1b50f678acf9b49d4499a35319

প্ৰতিনিধিত্বমূলক চিত্ৰ

172
VIEWS
Share on FacebookShare on Twitter

৭২ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰে সাংবাদিক পেঞ্চন আঁচনিৰ অধীনত ২০১৮-১৯ বৰ্ষৰ বাবে ৰাজ্যখনৰ ২০ গৰাকী অৱসৰপ্রাপ্ত জ্যেষ্ঠ সাংবাদিকৰ নাম পেঞ্চনৰ বাবে ঘোষণা কৰিছে।

আজি ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি এই সাংবাদিকসকল হৈছে ক্রমে- ৰীণা চৌধুৰী (কামৰূপ মহানগৰ), ৰূপহ চলিহা (তিনিচুকীয়া), নগেন বড়া (কাৰ্বি আংলং), অমিতাভ বৰুৱা (বিশ্বনাথ), বিনয় ভূষন চৌধুৰী (কোকৰাঝাৰ), হানূল ৰচিদ(উত্তৰ লক্ষীমপুৰ), প্রদীপ দত্ত (শিৱসাগৰ), মনোৰম বৰুৱা (যোৰহাট), নাউদত্ত তালুকদাৰ (নলবাৰী), মৃণাল মল্ল পাটোৱাৰী (বৰপেটা), জ্যোতিৰিন্দ্র লাল গোস্বামী (কৰিমগঞ্জ), ধনী বৰা (কামৰূপ মহানগৰ), উপেন চন্দ্ৰ ডেকা (মৰিগাঁও), অৰুণ লোচন দাস (কামৰূপ মহানগৰ), পৰেশ চন্দ্র দত্ত (কাচাৰ), প্রফুল্ল কুমাৰ শৰ্মা (ডিব্ৰুগড়), হেমন্ত বর্মন (কামৰূপ মহানগৰ), পার্থপ্রতীম বৰুৱা (কামৰূপ মহানগৰ), বেদব্রত লহকৰ (কামৰূপ মহানগৰ) আৰু মুকুল কলিতা (কামৰূপ মহানগৰ)।

উল্লেখযোগ্য যে বর্তমানৰ ৰাজ্যিক চৰকাৰে যোৱা ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা ৰাজ্যৰ অৱসৰপ্রাপ্ত সাংবাদিকৰ বাবে সাংবাদিক পেঞ্চন আঁচনিখন ৰূপায়ন কৰিছে। আঁচনিখনৰ অধীনত সাংবাদিক সকলক প্রতিমাহে ৮০০০ টকাকৈ আর্থিক সাহায্য প্রদান কৰা হ’ব বুলি বিভাগীয় সুত্ৰত প্ৰকাশ পাইছে।

Recent News

Bullet Thali

৬০ মিনিটত এই ‘বুলেট থালী’ খাই শেষ কৰিব পাৰিলে লাভ কৰিব এখন ‘এনফিল্ড বুলেট’, ক’ত?

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd