• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অহা ১৮ আগষ্টৰ পৰা যোৰাবাটত অনুষ্ঠিত হ’ব অসম কাবাডী দলৰ বাছনি শিবিৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 15, 2018 1:32 pm

1 min read

47cdca4519983c3118272b5d36571cbe_342_660

প্ৰতিনিধত্বমূলক চিত্ৰ

88
VIEWS
Share on FacebookShare on Twitter

অহা ১৮ আগষ্টৰ পৰা সোণাপুৰৰ পূব কামৰূপ কাবাডী সন্থাৰ ব্যৱস্থাপনাত আৰম্ভ হ’ব জুনিয়ৰ ৰাষ্ট্ৰীয় কাবাডী প্ৰতিযোগিতাৰ বাবে অসমৰ ল’ৰা আৰু ছোৱালীৰ দল দুটাৰ বাছনি তথা প্ৰস্তুতি শিবিৰ।

উল্লেখ্য যে অহা ১২ৰপৰা ১৫ ছেপ্টেম্বৰলৈ কলকাতাত অনুষ্ঠিত হ’বলগীয়া জুনিয়ৰ ৰাষ্ট্ৰীয় কাবাডী প্ৰতিযোগিতাৰ বাবে অসমৰ পৰা প্ৰেৰণ কৰিবলগীয়া দল দুটাৰ বাছনি তথা প্ৰস্তুতি শিবিৰ অনুষ্ঠিত হ’ব যোৰাবাটৰ সমীপৰ বোমানীৰ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ খেলপথাৰত।

জানিব পৰা মতে কৰিমগঞ্জৰ নিভিয়া গাঁৱত মাৰ্চৰ শেষ সপ্তাহত অনুষ্ঠিত হৈ যোৱা জুনিয়ৰ আন্তঃজিলা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈৰ মাজৰ পৰা কুৰিগৰাকীকৈ ল’ৰা আৰু ছোৱালীক বাছনি কৰি এই শিবিৰলৈ আমন্ত্ৰণ জনোৱা হৈছে।

বাছনি শিবিৰত অংশ ল’বলৈ অহা খেলুৱৈসকল ১৯৯৮ চনৰ ১৬ ছেপ্তেম্বৰৰ পিছত জন্মগ্ৰহণ কৰা (২০ বছৰৰ অনূৰ্দ্ধৰ) আৰু শৰীৰৰ ওজন ল’ৰাৰ ৭০ কেজিৰ আৰু ছোৱালীৰ ৬৫ কেজিৰ কম হ’ব লাগিব। খেলুৱৈসকলক অহা ১৮ আগষ্টৰ পুৱাৰ ভাগতে শিবিৰত উপস্থিত হ’বলৈ আহ্বান জনাইছে আয়োজকে।

আনহাতে বাছনি শিবিৰ তথা প্ৰস্তুতি শিবিৰৰ সবিশেষ তথ্যৰ বাবে খেলুৱৈসকলে সদৌ অসম কাবাডী সন্থাৰ সম্পাদক আবেদুৰ ৰহমান অথবা পূব কামৰূপ কাবাডী সন্থাৰ প্ৰদীপ কুমাৰ বা  ধৰ্মেন্দ্ৰ বড়োৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলিও জনায়।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd