• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানলৈ ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰণালয়ৰ ৰাষ্ট্ৰীয় বঁটা

NE NOW NEWS এন ই নাও নিউজ
, September 12, 2018 12:03 pm

1 min read

assam state rural livelihood mission
976
VIEWS
Share on FacebookShare on Twitter

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰণালয়ে ভাৰত চৰকাৰৰ দীনদয়াল অন্ত্যোদয়া যোজনাৰ অধীনত প্ৰতিষ্ঠানিক গঠন আৰু সক্ষমতা বৃদ্ধি শিতানত উন্নত প্ৰদৰ্শনৰ বাবে আগবঢ়োৱা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

১১ ছেপ্তেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানক উক্ত বঁটা প্ৰদান কৰে।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ হৈ অভিযানৰ ৰাজ্যিক সঞ্চালিকা নন্দিতা হাজৰিকা, ৰৌজী কে বৰুৱা আৰু ৰাজ্যিক প্ৰকল্প ব্যৱস্থাপক  খগেন দত্তই মন্ত্ৰী গৰাকীৰ পৰা বঁটা গ্ৰহণ কৰে।

উল্লেখযোগ্য যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তত্ত্বাৱধানত গাঁও আৰু মণ্ডল পৰ্যায়ত ইতিমধ্যে দুই লাখতকৈ অধিক আত্মসহায়ক গোট গঠন কৰাৰ লগতে তেওঁলোকক লাগতিয়াল সকলো প্ৰশিক্ষণ প্ৰদান কৰি আত্মসংস্থাপিত হ’বলৈ সুবিধা প্ৰদান কৰা হৈছে।

কালি বঁটা প্ৰদান অনুষ্ঠানত গ্ৰামোন্নয়ন বিভাগৰ সচিব অমৰজিৎ সিন্‌হা, যুটীয়া সচিব তথা দীনদয়াল অন্ত্যোদয়া যোজনাৰ মুখ্য কাৰ্যবাহী বিষয়া অটল দুল্লুৰ উপস্থিতিত থাকে।

Recent News

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd