• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুদূৰ বিৰচাৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হৈছে উট পখী আৰু লাফিং হায়না

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 26, 2018 10:41 pm

1 min read

সুদূৰ বিৰচাৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হৈছে উট পখী আৰু লাফিং হায়না
653
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰস্থিত অসম ৰাজ্যিক চিৰিয়াখনালৈ সুদূৰ ৰাঁচিৰ পৰা জীৱ-জন্তুৰ বিনিময় ব্যৱস্থাৰ মাজেৰে এযোৰ উট পখী আৰু দুটাকৈ লাফিং হায়না অনা হৈছে।

উল্লেখযোগ্য যে ৰাজ্যিক চিৰিয়াখানাখনে জীৱ-জন্তুৰ বিনিময় ব্যৱস্থাৰ মাধ্যমেৰে এটা ঘোং আৰু তিনিটা নাহৰফুটুকীৰ বিনিময়ত ৰাঁচিৰ ভগৱান বিৰচা জ’ল’জিকেল উদ্যানৰ পৰা উট পখী আৰু লাফিং হায়না আনে বুলি চিৰিয়াখানাৰ এগৰাকী বিষয়াই মন্তব্য কৰে।

তাৰোপৰি বিষয়াগৰাকীয় উট পখী যোৰৰ মাইকী উট পখীটো ডেৰ বছৰীয়া আৰু আনটো দুবছৰীয়া হোৱাৰ উপৰি লাফিং হায়না কেইটা প্ৰায় ডেৰবছৰীয়া বয়সৰ হ’ব বুলি জানিবলৈ দিয়ে।

অসম ৰাজ্যিক চিৰিয়াখানাৰ জিলা বন বিষয়া টেজাছ মৰিস্বামীয়ে ৮ বছৰীয়া এটা ঘোং আৰু তিনিটা নাহৰফুটুকী বিৰচা চিৰিয়াখানালৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে।

লগতে এতিয়াৰে পৰা চিৰিয়াখানালৈ অহা দৰ্শনাৰ্থীয়ে উট পখী আৰু লাফিং হায়না দেখিবলৈ পাব বুলিও সাংবাদিকৰ আগত বিষয়া গৰাকীয়ে মন্তব্য কৰে।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd