DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণতন্ত্ৰ দিৱসৰ পেৰেডত অসমৰ প্ৰতীকপটত উজলিল শুৱালকুছিৰ গৌৰৱ

by
January 26, 2019 11:35 am
a-1-750x375
1.1k
VIEWS
Share on FacebookShare on Twitter

আজি ভাৰতৰ ৭০ সংখ্যক গণতন্ত্ৰ দিৱসৰ দিনা নতুন দিল্লীৰ পেৰেড অনুষ্ঠানত পূবৰ মানচেষ্টাৰ শুৱালকুছিৰ বয়ন শিল্পীসকলৰ সাধনাক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰা হৈছে। এই প্ৰতীকপটটোক যোৱা ২১ জানুৱাৰিত প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে অনুমোদন জনাইছিল।

এই প্ৰতীকপটটোত ১৯৪৬ চনত মহাত্মা গান্ধীৰ শুৱালকুছি ভ্ৰমণক প্ৰদৰ্শন কৰা হৈছে। জানিব পৰা মতে এই প্ৰতীকপটটোক ‘পীচ উইডিন’ (Peace Within) বিষয়ৰ অন্তৰ্গত নিৰ্বাচিত কৰা হৈছে।

উল্লেখ্য যে বিভিন্ন স্তৰত অতি কঠোৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে এই প্ৰতীকপটসমূহ নিৰ্বাচিত কৰা হয়। এই প্ৰতীকপটসমূহ নিৰ্বাচন কৰাৰ বাবে এখন বিশেষজ্ঞ কমিটী গঠিন কৰা হয়। নিৰ্বাচিত হোৱাৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে ইয়াক যোগ বিয়োগ কৰাৰ বাবে দিহা পৰামৰ্শ প্ৰদান কৰিব পাৰে।

প্ৰণিধানযোগ্য যে, ২০১৯ চনৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰাৰ বাবে ৩২খন অংশগ্ৰহণকাৰী ৰাজ্যৰ ভিতৰত ১৪খন ৰাজ্যহে নিৰ্বাচিত হৈছে।

Recent News

maharashtra train accident

মহাৰাষ্ট্ৰত ৰেল দুৰ্ঘটনা: মালবাহী ৰেলত খুন্দা যাত্ৰীবাহী ৰেলৰ, আহত ৫০ গৰাকী যাত্ৰী

Jinnah International Airport Karachi

পাকিস্তানৰ কৰাচী বিমানবন্দৰত জৰুৰী অৱতৰণ ভাৰতৰ পৰা যোৱা চাৰ্টাৰ জেটৰ

child rape

জঘন্য! খেলি থকাৰ পৰাই অপহৰণ কৰি নি ছয় বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা

17 fetuses found in garbaged dump

আৱৰ্জনাৰ মাজত ওলাল ১৭ টা ভ্ৰুণ: সন্দেহৰ আঙুলি ব্যক্তিগত খণ্ডৰ নাৰ্চিং হোমলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd