• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২৫ নৱেম্বৰৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি পূৰণ নকৰিলে তীব্ৰতৰ হ’ব আন্দোলনঃ চাহ জনগোষ্ঠীৰ হুংকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2025 6:14 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভূমি অধিকাৰ, মজুৰি বৃদ্ধি আৰু জনজাতিকৰণৰ দাবীত ক্ষোভ অব্যাহত আছে চাহ শ্ৰমিকসকলৰ। অসমৰ চাহ জনগোষ্ঠীৰ প্ৰতিনিধিত্বকাৰী সংগঠনসমূহে এই তিনিটা মূল সমস্যা সমাধানৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে। কিন্তু চৰকাৰে এই বিষয়ত আগ্ৰহ নেদেখুওৱাত শ্ৰমিক সমাজৰ মাজত ক্ষোভ তীব্ৰতৰ হৈ উঠিছে। দেওবাৰে যোৰহাট জিলা চাহ মজদুৰ সংঘৰ শাখা কাৰ্যালয়ত যোৰহাট, গোলাঘাট আৰু তিতাবৰ শাখাৰ বিষয়ববীয়াসকলে এক সংবাদমেলৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰি চৰকাৰক প্ৰতিবাদ তীব্ৰতৰ কৰি তোলা হ’ব বুলি হুংকাৰ দিয়ে।

সংবাদমেলত সংগঠনৰ এগৰাকী বিষয়ববীয়াই কয় যে, “জনজাতিকৰণ, ভূমি পট্টা আৰু মজুৰি বৃদ্ধিৰ দাবীত আমি যোৰহাটত এক বিশাল গণসমাৱেশৰ পৰিকল্পনা কৰিছিলোঁ। কিন্তু ১৯ অক্টোবৰত আটছাৰ কেন্দ্ৰীয় অধিৱেশনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভূমি অধিকাৰ আৰু জনজাতিকৰণৰ বিষয়ত ২৫ নৱেম্বৰত বিধানসভা অধিৱেশনত আইন প্ৰণয়ন আৰু আলোচনাৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবে আমি সাময়িকভাৱে এই গণসমাৱেশ স্থগিত ৰাখিছোঁ।” তেওঁ স্পষ্টভাৱে কয় যে, যদি ২৫ নৱেম্বৰৰ ভিতৰত এই প্ৰতিশ্ৰুতি পূৰণ নহয়, তেন্তে চাহ মজদুৰ সংঘই পুনৰ ৰাজপথত নামিব।

Apply Now

সংঘৰ বিষয়ববীয়াসকলে ক্ষোভৰ সৈতে উল্লেখ কৰে যে বৰ্তমান চাহ শ্ৰমিকসকলে দৈনিক ২৫০ টকাৰ নিম্ন মজুৰিত বাগানত কাম কৰিবলগীয়া হৈছে। “ভূমি অধিকাৰ, মজুৰি বৃদ্ধি আৰু জনজাতিকৰণৰ দাবীত শ্ৰমিকসকলৰ মাজত তীব্ৰ অসন্তোষ বিৰাজ কৰিছে। ২৫ নৱেম্বৰৰ ভিতৰত এই সমস্যা সমাধান নহ’লে ক্ষোভৰ বৰ্হিঃপ্ৰকাশ অৱশ্যম্ভাৱী বুলি মত প্ৰকশ কৰিছে।

বিগত দিনত বিধানসভাত চাহ জনগোষ্ঠীৰ প্ৰতিনিধিত্ব হ্ৰাসৰ বিষয়তো সংঘই মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিছিল। মুখ্যমন্ত্ৰীয়ে ২০২৬ৰ বিধানসভা নিৰ্বাচনত চাহ জনগোষ্ঠীৰ প্ৰতিনিধিৰ সংখ্যা বৃদ্ধিৰো প্ৰতিশ্ৰুতি দিয়াৰ কথা সংঘই উল্লেখ কৰিছে।

চাহ শ্ৰমিকসকলক লৈ চৰকাৰৰ উদাসীনতা অব্যাহত থাকিলে এই আন্দোলন অসমৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিস্থিতিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। সংঘৰ বিষয়ববীয়াসকলে সকলো চাহ শ্ৰমিকৰ ন্যায়ৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে আন্দোলন গঢ়িতোলাৰ হুংকাৰ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

July 17, 2026 12:12 pm
‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am
এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

July 17, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd