• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নকল ধৰা ইন্সপেক্টৰক প্ৰহাৰ অসমৰ শিক্ষকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2018 11:46 pm
D.El.Ed assam

প্ৰতীকী ছবি।

262
VIEWS
Share on FacebookShare on Twitter

শিক্ষকৰ সৰ্বভাৰতীয় বাধ্যতামূলক পৰীক্ষা ডি এল এদৰ পৰীক্ষাৰ্থীৰ প্ৰহাৰত আহত হ’ব লগীয়া হৈছে হাইলাকান্দিৰ স্কুল পৰিদৰ্শক ৰাজীৱ কুমাৰ ঝা।

বৰাকৰ জিলাখনৰ মোহনাপুৰ এলেকাৰ প্ৰেমলোচন হাইস্কুল পৰীক্ষা কেন্দ্ৰত বৃহস্পতিবাৰে সংঘটিত হৈছে এই ঘটনা। আনহাতে ইন্সপেক্টৰজনক প্ৰহাৰ কৰাত বাধা দিবলৈ গৈ নিজেও প্ৰহৃত হ’ব লগা হয় কেন্দ্ৰটোৰ সমন্বয়কগৰাকী।

ঘটনা সংঘটিত হোৱাৰ লগে লগে কেন্দ্ৰটোত নিয়োজিত নিৰাপত্তাৰক্ষীসকলে আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। পৰীক্ষাৰ্থী শিক্ষকসকলৰ হাতৰ নকল আৰু ম’বাইল ফ’নসমূহো জব্দ কৰে আৰক্ষীয়ে।

ঝাই তৎকালে উৰ্ধ্বতন কৰ্তৃপক্ষক ঘটনাটোৰ বিষয়ে অৱগত কৰে আৰু কেন্দ্ৰটোৰ পৰীক্ষা বাতিল কৰা হয়।

ঘটনাটো সন্দৰ্ভত এতিয়ালৈকে কোনো এজাহাৰ দাখিল কৰা নাই।

Recent News

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

অনৈতিক প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই মনৰ শান্তি কাঢ়ি লৈ গ’ল! পোহৰলৈ আহিছে আত্মহ*ত্যাৰ ১০ দিনৰ পূৰ্বে কলেজলৈ লিখা চিঠি

অনৈতিক প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই মনৰ শান্তি কাঢ়ি লৈ গ’ল! পোহৰলৈ আহিছে আত্মহ*ত্যাৰ ১০ দিনৰ পূৰ্বে কলেজলৈ লিখা চিঠি

বিজেপিৰ আমোলত আইন শৃংখলা পৰিস্থিতিৰ ভয়াবহতাকলৈ চৰকাৰলৈ সকীয়নি ডা° ভবেন চৌধুৰীৰ

বিজেপিৰ আমোলত আইন শৃংখলা পৰিস্থিতিৰ ভয়াবহতাকলৈ চৰকাৰলৈ সকীয়নি ডা° ভবেন চৌধুৰীৰ

‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd