• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অনলাইনযোগে প্ৰকাশ কৰা হ’ল টেট পৰীক্ষাৰ ফলাফল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 31, 2019 12:08 pm

1 min read

Assam-TET-Results

প্ৰতিনিধিত্বমূলক চিত্ৰ

1.1k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ শিক্ষা বিভাগে শেহতীয়াকৈ অনুষ্ঠিত কৰা উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক শিক্ষকৰ টেট পৰীক্ষাৰ ফলাফল অনলাইনযোগে প্ৰকাশ কৰিছে।

মাধ্যমিক শিক্ষা পৰিষদ, অসম চমুকৈ ছেবা আৰু ssa,gov.in নামৰ ৱেবছাইট দুটাত পৰীক্ষাৰ্থীসকলে নিজৰ নিজৰ ফলাফল সমূহ চাব পাৰিব।

ছেবাৰ ৱেবছাইটত এনেদৰে চাব ফলাফল

১. প্ৰথমে আপুনি sebaonline.orgত যাব লাগিব

২. আছাম টেট ২০১৯ৰ ৰিজাল্ট লিংকত ক্লিক কৰক

৩. লিংকত বিচৰা তথ্য প্ৰদান কৰক

৪. ফলাফল ডাউনলোড কৰক

জানিব পৰা মতে ১৮,৯০৬ গৰাকী পৰীক্ষাৰ্থী নিম্ন প্ৰাথমিকত আৰু ১৫,৩০৪ গৰাকী পৰীক্ষাৰ্থী উচ্চ প্ৰাথমিকত উত্তীৰ্ণ হৈছে।

উল্লেখ্য যে প্ৰায় সাত বছৰৰ মূৰত ৰাজ্য চৰকাৰে যোৱা ১০ নৱেম্বৰত অনুষ্ঠিত কৰিছিল আজি ফলাফল ঘোষণা কৰা উচ্চ আৰু নিম্ন প্ৰাথমিকৰ টেট পৰীক্ষা।

পৰীক্ষাত মুঠ ৩,৭৬,৮১২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ২,১৮,১৬৪ গৰাকী নিম্ন প্ৰাথমিক আৰু ১,৫৮,৬৪৮ গৰাকী অৱতীৰ্ণ হৈছিল উচ্চ প্ৰথমিক পৰীক্ষাত।

অসমীয়া, বড়ো, বাঙালী, হিন্দী আৰু ইংৰাজীত ভাষা অনুষ্ঠিত কৰা হৈছিল অসম টেট ২০১৯।

Recent News

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd